- ধিঙৰ ধূপগুৰিত দেওবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড
- অগ্নিকাণ্ডত ভষ্মীভূত হয় ধূপগুৰি ডাক ঘৰৰ লগতে পাঁচখনকৈ দোকান
- অগ্নিকাণ্ডত ডাকঘৰৰ নথি-পত্রৰ লগতে সা-সামগ্ৰীও জাহ যায়
- বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সৃষ্টি হোৱা জুইত পাঁচখনকৈ দোকানৰ প্ৰায় ছয় লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত হয়
ধিঙৰ ধূপগুৰিত ভয়াৱহ অগ্নিকাণ্ড - ধূপগুৰি ডাকঘৰ
অগ্নিকাণ্ডত ভষ্মীভূত হয় ধূপগুৰি ডাকঘৰৰ লগতে পাঁচখনকৈ দোকান
ধূপগুৰি
- ধিঙৰ ধূপগুৰিত দেওবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড
- অগ্নিকাণ্ডত ভষ্মীভূত হয় ধূপগুৰি ডাক ঘৰৰ লগতে পাঁচখনকৈ দোকান
- অগ্নিকাণ্ডত ডাকঘৰৰ নথি-পত্রৰ লগতে সা-সামগ্ৰীও জাহ যায়
- বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সৃষ্টি হোৱা জুইত পাঁচখনকৈ দোকানৰ প্ৰায় ছয় লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত হয়
Intro:ধিঙৰ ধূপগুৰিত ভয়াৱহ অগ্নিকাণ্ড । জুইত ভষ্মীভূত পাঁচখনকৈ দোকানৰ লগতে ডাক ঘৰ ।Body:ধিঙৰ ধূপগুৰিত দেওবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভষ্মীভূত হয় ধূপগুৰি ডাক ঘৰৰ লগতে পাঁচখনকৈ দোকানৰ । জুইত ডাকঘৰৰ নথি-পত্রৰ লগতে সা - সামগ্ৰী জুইত জাহ যায় । বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলত সৃষ্টি হোৱা জুইত হোটেল, দৰ্জী, পান তামোলৰ দোকানকে ধৰি পাঁচখনকৈ দোকানৰ প্ৰায় ছয় লক্ষাধিক টকাৰ সা সামগ্ৰী ভষ্মীভূত হয় ৷ জুইত ব্যৱসায় প্ৰতিষ্ঠান বোৰৰ সা সামগ্ৰী সম্পূৰ্ণ ৰূপে জাহ যোৱাত ব্যৱসায়ী সকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ ।________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: