ETV Bharat / state

কলিয়াবৰত ঘাঁহ কাটিবলৈ যোৱা যুৱকৰ সলিল সমাধি

author img

By

Published : Aug 16, 2020, 11:54 PM IST

কলিয়াবৰত অঘটন ৷ ঘাঁহ কাটিবলৈ গৈ যুৱকৰ সলিল সমাধি ৷ অঞ্চলজুৰি শোকৰ ছাঁ ৷

Dead Body of a Youth Recoverd In Kaliyabor
কলিয়াবৰত ঘাঁহ কাটিবলৈ যোৱা যুৱকৰ সলিল সমাধি

কলিয়াবৰ, 16 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে দেওবাৰে নগাঁও জিলাত এক অঘটন সংঘটিত হয় ৷ জিলাখনৰ কলিয়াবৰত ঘাঁহ কাটিবলৈ গৈ মৃত্যুক সাবটি ল’লে এগৰাকী যুৱকে ৷

তথ্য অনুসৰি, কলিয়াবৰ দলগাঁৱৰ জীৱন সৎনামী নামৰ যুৱকজনে ঘাঁহ কাটিবলৈ বৰালীগাঁও পথাৰলৈ গৈছিল ৷ ঘাঁহ কাটিবলৈ যোৱাৰ পিচতে যুৱকজনে জুৰিৰ পানীত পৰি সলিল সমাধি ঘটা বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত মিছা আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ৷

উল্লেখ্য যে, যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক : ঘিলাধাৰী নৈত যুৱকৰ সলিল সমাধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.