ETV Bharat / state

কলিয়াবৰত নতুনকৈ পাঁচজনৰ কোভিড সংক্ৰমণ

author img

By

Published : Aug 6, 2020, 3:04 AM IST

কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍ালয়ত কৰ্মৰত পাঁচজনৰ দেহত ধৰা পৰিছে কোভিড সংক্ৰমণ ৷

কলিয়াবৰত নতুনকৈ পাঁচজনৰ কোভিড সংক্ৰমণ
কলিয়াবৰত নতুনকৈ পাঁচজনৰ কোভিড সংক্ৰমণ

কলিয়াবৰ, 5 আগষ্ট : কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍ালয়ত কৰ্মৰত পাঁচজনৰ দেহত ধৰা পৰিছে কোভিড সংক্ৰমণ ৷ বুধবাৰে স্বাৱ পৰীক্ষাৰ অন্তত তেওঁলোকৰ ফলাফল পজিটিভ আহে ৷ কোভিড-19ত আক্ৰান্ত হোৱা কলিয়াবৰ মহকুমাধিপতি কাৰ্য‍ালয়ত কৰ্মৰত দেহৰক্ষী এজন,গৃহৰক্ষী বাহিনীৰ এজন,খাদ‍্য আৰু অসামৰিক যোগান বিভাগৰ এজন পৰিদৰ্শক আৰু অগ্নি নিৰ্বাপন আৰু জৰুৰী সেৱা বিভাগৰ দুজন জোৱান বুলি জানিব পৰা গৈছে । ইতিমধ্যে আক্ৰান্ত হোৱা আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ কোভিড-19ত আক্ৰান্ত হোৱাৰ পিচতেই মহকুমাধিপতিৰ কাৰ্যালয়টো ছেনিটাইজ কৰি দিয়া হৈছে ৷

লগতে পঢ়ক : অযোধ্যা ভূমি পূজন : কেইবাগৰাকীও কৰ সেৱকক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.