ETV Bharat / state

9 খন গাড়ীত 247 টা গৰু !

কলিয়াবৰত 9 খন গাড়ীত কঢ়িয়াই অনা 247 টা চোৰাং গৰু জব্দ ৷

নখন গাড়ীত 247 টা গৰু
author img

By

Published : Sep 9, 2019, 11:35 PM IST

কলিয়াবৰ, 09 চেপ্তেম্বৰঃ

  • কলিয়াবৰত চোৰাং গৰুসহ গাড়ী জব্দ
  • 9 খন গাড়ীত কঢ়িয়াই অনা 247 টা গৰু জব্দ
  • আটক 31 টা অবৈধ গৰু সৰবৰাহকাৰী
  • তিনিচুকীয়াৰ বৰডুমচা, বগীনদী, ডিব্ৰুগড় আদি অঞ্চলৰ পৰা সৰবৰাহ কৰিছিল গৰু সমূহ
  • কলিয়াবৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
    নখন গাড়ীত 247 টা গৰু

কলিয়াবৰ, 09 চেপ্তেম্বৰঃ

  • কলিয়াবৰত চোৰাং গৰুসহ গাড়ী জব্দ
  • 9 খন গাড়ীত কঢ়িয়াই অনা 247 টা গৰু জব্দ
  • আটক 31 টা অবৈধ গৰু সৰবৰাহকাৰী
  • তিনিচুকীয়াৰ বৰডুমচা, বগীনদী, ডিব্ৰুগড় আদি অঞ্চলৰ পৰা সৰবৰাহ কৰিছিল গৰু সমূহ
  • কলিয়াবৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত
    নখন গাড়ীত 247 টা গৰু
Intro:ৰাজ‍্যত অবৈধ গৰুৰ চোৰা ব‍্যৱসায়ীৰ দপদপনি অব‍্যাহত

সোমবাৰে পুৱা কলিয়াবৰ তিনিআলিত জব্দ নথি-পত্ৰ বিহীন দুই শতাধিক গৰুসহ গাড়ী জব্দ।Body:ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। সোমবাৰে পুৱা কলিয়াবৰ তিনিআলিত কলিয়াবৰ আৰক্ষীৰ জালত পৰিল গৰুৰ অবৈধ সৰবৰাহকাৰী। আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে নখন গাড়ীত কঢ়িয়াই অনা দুশ সাতচল্লিশটা গৰু। এই বৃহৎ পৰিমাণৰ গৰু তিনিচুকীয়াৰ বৰডুমচা, বগীনদী, ডিব্ৰুগড় আদি অঞ্চলৰ পৰা সৰবৰাহ কৰিছিল। পৰ্যাপ্ত নথি-পত্ৰ নথকাত গৰু সৰবৰাহকাৰী পৰে পুলিচৰ জালত।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.