- পুৱাই জুৰীয়াত অঘটন
- জুৰীয়াৰ সুতিৰপাৰত সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা (Boat accident in Nagaon)
- বৃহস্পতিবাৰে পুৱা সংঘটিত এই নাও দুৰ্ঘটনাত আহত হয় বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰী
- টুলুঙা নাৱত শতাধীক ছাত্ৰ-ছাত্ৰীক লৈ এটি সুঁতি পাৰ হওতেই সংঘটিত হয় এই অঘটনটো
- স্থানীয় ৰাইজৰ তৎপৰতাত আটাইকে জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়
- সম্প্ৰতি অসুস্থ হৈ পৰিছে কেইবাগৰাকীও ছাত্ৰী
- নাৱৰ মালিকৰ গাফিলিতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ
- ঘটনাস্থলীত সুঁতিৰপাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত