ETV Bharat / state

বিজেপি কৰ্মীৰ প্ৰতিবাদ - বিজেপি কৰ্মীৰ প্ৰতিবাদ

ৰহা সমষ্টিৰ আসনখন অগপক এৰি নিদিয়াৰ সিদ্ধান্ত লৈছে ভাৰতীয় জনতা দলৰ কৰ্মীয়ে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰহাতো বি জে পিৰ দলীয় কৰ্মীসকলে সমষ্টিটোৰ আসনখন অগপক এৰি নিদিয়াৰ দাবীৰে শুকুৰবাৰে সাবস্ত্য কৰিছে তীব্ৰ প্ৰতিবাদ ।

বিজেপি কৰ্মীৰ প্ৰতিবাদ
বিজেপি কৰ্মীৰ প্ৰতিবাদ
author img

By

Published : Mar 5, 2021, 3:32 PM IST

ৰহা, 4মাৰ্চঃ ৰাজ্যত অব্যাহত আছে অগপ-বিজেপিৰ মাজত আসন কেন্দ্ৰিক যুঁজ ৷ ৰহা সমষ্টি অগপক এৰি নিদিয়াৰ সিদ্ধান্ত লৈছে ভাৰতীয় জনতা দলৰ কৰ্মীয়ে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰহাতো বি জে পিৰ দলীয় কৰ্মীসকলে সমষ্টিটোৰ আসনখন অগপক এৰি নিদিয়াৰ দাবীৰে শুকুৰবাৰে সাবস্ত্য কৰিছে তীব্ৰ প্ৰতিবাদ ।

বিজেপি কৰ্মীৰ প্ৰতিবাদ

অগপক ৰহা সমষ্টিৰ আসনখন এৰি দিবলৈ বিজেপি-অগপৰ দলীয় নেতৃত্বই লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি ৰহাত বিজেপিৰ তৃণমূল কৰ্মীসকলে এক ধৰ্ণা কাৰ্যসূচী তথা প্ৰতিবাদী সমদল বাহিৰ কৰে । বিজেপিৰ দলীয় কৰ্মীসকলে কোনো চৰ্ততেই ৰহা অগপৰ হাতত এৰি দিবলৈ প্ৰস্তুত নহয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । আনহাতে ৰহা অগপক এৰি দিলে সমুহীয়াভাৱে দলীয় কৰ্মীসকলে পদত্যাগ কৰিব বুলিও হুংকাৰ প্ৰদান কৰে ভাৰতীয় জনতা দলৰ ৰহা সমষ্টিৰ কৰ্মকৰ্তা সকলে ৷

লগতে পঢ়কঃ ৰহা সমষ্টিৰ ভোটাৰৰ মনৰ কথাৰে জনতাৰ কণ্ঠ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.