ETV Bharat / state

বটদ্ৰৱাত ভয়াৱহ অগ্নিকাণ্ড - ভয়াৱহ অগ্নিকাণ্ড

বটদ্ৰৱাৰ কদমনি বজাৰত ভয়াৱহ অগ্নিকাণ্ড: ভষ্মীভূত হয় ছয়খনকৈ দোকান

বটদ্ৰৱাত ভয়াবহ অগ্নিকাণ্ড
author img

By

Published : Sep 28, 2019, 11:27 PM IST

বটদ্ৰৱা, 28 ছেপ্টেম্বৰ : বটদ্ৰৱাৰ কদমনি বজাৰত শনিবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভষ্মীভূত ছয়খনকৈ দোকান । শ্বৰ্টচাৰ্কিটৰ ফলতেই এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ব্যৱসায়ী সকলে। অগ্নিকাণ্ডটোৰ ফলত হোটেল, গেলামাল দোকান,কাপোৰৰ দোকান,পান তামোলৰ দোকানকে ধৰি ছয়খনকৈ দোকানৰ প্ৰায় দহ লক্ষাধিক টকাৰ সা সামগ্ৰী ভষ্মীভূত হয় ৷ জুইত ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহৰ সা সামগ্ৰী সম্পূৰ্ণ ৰূপে জাহ যোৱাত ব্যৱসায়ী সকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । ইতিমধ্যে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ৷

Intro:বটদ্ৰৱাৰ কদমনি বজাৰত ভয়াৱহ অগ্নিকাণ্ড । Body:বটদ্ৰৱাৰ কদমনি বজাৰত ভয়াৱহ অগ্নিকাণ্ড । জুইত ভষ্মীভূত ছয়খনকৈ দোকান । শ্বৰ্টচাৰ্কিটৰ ফলতেই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ব্যৱসায়ী সকলৰ । অগ্নিকাণ্ডৰ ফলত হোটেল, গেলামাল দোকান ,কাপোৰৰ দোকান,পান তামোলৰ দোকানকে ধৰি ছয়খনকৈ দোকানৰ প্ৰায় দহ লক্ষাধিক টকাৰ সা সামগ্ৰী ভষ্মীভূত হয় ৷ জুইত ব্যৱসায় প্ৰতিষ্ঠান সমূহৰ সা সামগ্ৰী সম্পূৰ্ণ ৰূপে জাহ যোৱাত ব্যৱসায়ী সকলৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ । ঘটনাস্থলীত অগ্নিনির্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে ।_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.