চিকিৎসক হোৱাৰ সপোন পূৰ্ণ হ'বনে ফাইজ উদ্দিনৰ ? - HSLC
উৰুখা পঁজাত লেমৰ পোহৰত অধ্যয়ণ কৰি ৮৭% শতাংশ নম্বৰেৰে উজলিল বটদ্ৰৱাৰ খেতিয়কৰ পুত্ৰ । পাছে এতিয়া উচ্চশিক্ষাৰ বাবে অৰ্থৰ অভাৱত অনিশ্চিত ভৱিষ্যতৰ দিশে দৰিদ্ৰ মেধাৱী ছাত্ৰজন ৷
বটদ্ৰৱাৰ দৰিদ্ৰ পৰিয়ালৰ মেধাবী ছাত্ৰৰ আৰ্থিক সহায় ভিক্ষা
বটদ্ৰৱা,28মে': হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল বটদ্ৰৱাৰ দৰিদ্ৰ পৰিয়ালৰ এজন মেধাবী ছাত্ৰ। বটদ্ৰৱাৰ সমীপৰ ৰামপুৰ সত্ৰৰ ছাত্ৰজনৰ নাম ফাইজ উদ্দিন ৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭ % শতাংশে ৫২২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে এই দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজন । ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন দেখা ছাত্ৰজনৰ বৰ্তমান পৰিয়ালৰ আৰ্থিক দুৰ্বস্থাৰ বাবে পৰিয়ালে উচ্চ শিক্ষাৰ বাবে আৰ্থিক সহায় ভিক্ষা মাগিছে ৷
Intro:উৰুখা পঁজাত লেমৰ পোহৰত অধ্যয়ণ কৰি ৮৭% শতাংশৰে উজ্বলিল বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ খেতিয়কৰ পুত্ৰ । উচ্চ শিক্ষাৰ বাবে সহায় ভিক্ষা ডিষ্টিংচন প্ৰাপ্ত দৰিদ্ৰ ছাত্ৰৰ ।Body:উৰুখা পঁজাত লেমৰ পোহৰত অধ্যয়ণ কৰি ৮৭% শতাংশৰে উজ্বলিল বটদ্ৰৱাৰ ৰামপুৰ সত্ৰৰ খেতিয়কৰ পুত্ৰ । উচ্চ শিক্ষাৰ বাবে সহায় ভিক্ষা ডিষ্টিংচন প্ৰাপ্ত দৰিদ্ৰ ছাত্ৰৰ ।
ধিমীক ধামাক লেম্পৰ পোহৰতে অধ্যয়ন কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল বটদ্ৰৱাৰ দৰিদ্ৰ পৰিয়ালৰ এজন মেধাবী ছাত্ৰ। ছাত্ৰজনৰ নাম ফাইজ উদ্দিন ৷ঘৰ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৰ ৰামপুৰ সত্ৰত ৷সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৭ % শতাংশে ৫২২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে এই দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজন ।ফকৰউদ্দিন আলী আহমেদ আদৰ্শ হাইস্কুলৰ এই মেধাবী ছাত্ৰজনে অসমীয়াত ৭৮, ইংৰাজীত ৮২, অংকত ৯৭, সমাজ বিজ্ঞানত ৯০, সাধাৰণ বিজ্ঞানত ৮৩, আৰবীত ৯২ নম্বৰেৰে ডিষ্টিংচন পাবলৈ সক্ষম হৈছে । ফাইজ উদ্দিনৰ পিতৃ আবুল হুছেইনে লোকৰ ঘৰত হাজিৰা কৰাৰ লগতে লোকৰ মাতিত আদিকৰি পৰিয়ালটোক পোহপাল দি আহিছে। উৰুখা পঁজাত লেমৰ পোহৰত বহু কষ্টৰে অধ্যয়ণ কৰি ডিষ্টিংচন পোৱা পুত্ৰৰ ফলাফলে এতিয়া যেন শৰগ ভাগি পৰিছে এই পৰিয়াটোৰ মোৰত । কাৰন বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ ইচ্ছা কৰা পুত্ৰৰ সপোনকলৈ বিপদ পৰিছে দুখীয়া পৰিয়ালটি। পুত্ৰক পঢ়োৱাবলৈ পৰিয়ালটোৰ হাতত নাই প্ৰয়োজনীয় ধন। ভৱিষ্যতে নিজকে এজন ডাক্টৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ দুৰ্বাৰ আশা থকা ছাত্ৰ জনে বহু কষ্টৰে সৰুৰে পৰা অভাৱ-অনাটনৰ মাজতো নিজৰ লক্ষ্যৰ প্ৰতি আগবাঢ়ি আহিছে এই ছাত্ৰজন । প্ৰৱল আত্মবিশ্বাসৰ বলত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ গৰাকীয়ে লাভ কৰিলে বিশেষ সফলতা ৷ কিন্তু উচ্চ শিক্ষাৰ বাবে এতিয়া থমকি ৰ’বলৈ বাধ্য হৈছে ছাত্ৰজনৰ লগতে দৰিদ্ৰ পিতৃ মাতৃ । কিয়নো উচ্চ শিক্ষাৰ বাবে ছাত্ৰজনৰ পৰিয়ালৰ নাই পৰ্যাপ্ত সামৰ্থ্য ৷ উপায়হীন হৈ ছাত্ৰ জনৰ পিতৃ মাতৃয়ে ভিক্ষা কৰি যোগাৰ কৰিছে উচ্চ শিক্ষাৰ নাম ভৰ্তিৰ টকা । কিন্তু সেয়া যে পয্যাপ্ত পৰিমাণৰ নহয় । উপায়ন্তৰ হৈ ছাত্ৰজন আৰু পৰিয়ালৰ লোকে সহায় বিচাৰিছে কোনো হৃদয়বান লোক চৰকাৰৰ তথা দল সংগঠনে সহায়ৰ জৰিয়তে ছাত্ৰজনক উচ্চ শিক্ষা গ্ৰহনৰ ক্ষেত্ৰত দিয়ক আৰ্থিক সাহায্য ৷ উল্লেখ্য যে ইতিমধ্য দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনক স্হানীয় এজন যুৱকে বিদ্যুতৰ পোহৰৰ ব্যৱস্থা কৰি দিছে ।_________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:null