ETV Bharat / state

নগাঁৱত সাংস্কৃতিক শোভাযাত্ৰা!

author img

By

Published : Oct 31, 2019, 3:32 AM IST

বটদ্ৰৱাৰ বাটমাৰী জ্ঞানদীপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি উলিয়াই এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷

নগাঁৱত সাংস্কৃতিক শোভাযাত্ৰা!

নগাঁও,30অক্টোবৰ : বুধবাৰে নগাঁও জিলাৰ বটদ্ৰৱাৰ বাটমাৰী জ্ঞানদীপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলে স্বাধীনতা সংগ্ৰামী, বিহু নৃত্য, ডাক্তৰ-নাৰ্চ, জিকিৰ-জাৰী, দৰা-কইনা, পানী অনা দৃশ্য, খৰিকটীয়া, কৃষক, মাছমৰীয়া, সাংবাদিক, খেলুৱৈ, উকিল, আৰক্ষী আদি ৰূপত অংশগ্ৰহণ কৰে ৷

নগাঁৱত সাংস্কৃতিক শোভাযাত্ৰা!

অন্য এক খবৰ : নগা শান্তি আলোচনাত তমসাচ্ছন্ন ডাৱৰৰ ছাঁ

Intro:কনকন শিশুৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত বটদ্ৰৱা ।Body:নগাঁও জিলাৰ বটদ্ৰৱাৰ বাটমাৰী জ্ঞানদীপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত সংগতি ৰাখি বুধবাৰে এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।বিদ্যালয়ৰ কণ কণ ছাত্ৰ - ছাত্ৰী সকলৰ সাংস্কৃতিক উপস্থাপনেৰে স্বাধীনতা সংগ্ৰামী, বিহু নৃত্য, ডাক্তৰ-নাৰ্চ, জিকিৰ- জাৰি, দৰা- কইনা, পানী অনা দৃশ্য, খৰিকটীয়া, কৃষক, মাছমৰীয়া, সাংবাদিক, খেলুৱৈ, উকিল, পুলিচ, আদি বিভিন্ন কৰ্ম সাংস্কৃতিক সমাহাৰেৰে এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।পদব্ৰজে কৰা শোভাযাত্ৰাই বৃহত্তৰ বাটমাৰী, বটদ্ৰৱা অঞ্চল পৰিভ্ৰমণ কৰি এক বৰ্নিল দৃষ্টিনন্দন পৰিবেশৰ সূচনা কৰে।_______________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.