ETV Bharat / state

এ টি এম ৰ ধন হৰলুকি কৰি নগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক

author img

By

Published : Sep 30, 2020, 12:37 PM IST

প্ৰৱঞ্চনাৰে এ টি এম ৰ ধন হৰলুকি কৰি নগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক । এ টি এমৰ পৰা ধন উলিওৱাৰ সময়ত বহু লোকক সহায় কৰাৰ নামত লুটি নিয়ে একাউন্টৰ ধন । ধৃত প্ৰৱঞ্চকটোৰ নাম আব্দুল হান্নান ।

এ টি এম ৰ ধন হৰলুকি কৰি নগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক
এ টি এম ৰ ধন হৰলুকি কৰি নগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক

নগাঁও,৩০ ছেপ্টেম্বৰ : এ টি এম ৰ পৰা ধন উলিয়াবলৈ যোৱা একাংশ লোকৰ অজ্ঞতাৰ সুযোগ লৈ একাউন্টৰ ধন লুটি নিয়া এটা প্ৰৱঞ্চকক আটক কৰিছে নগাঁও আৰক্ষীয়ে । নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মঙলবাৰে পুৱা আব্দুল হান্নান নামৰ প্ৰৱঞ্চকটোক আটক কৰে । ধৃত আব্দুল হান্নানৰ ঘৰ নগাঁৱৰ কাৱৈমাৰীত । সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

এ টি এমৰ পৰা ধন উলিওৱাৰ সময়ত মানুহক সহায় কৰাৰ নামত কৌশলেৰে একাউন্টৰ ধন লুটি নিয়ে আব্দুলে । এই সন্দৰ্ভত একাংশ ভুক্তভোগীয়ে নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰৰ ভিত্তিতে অভিযান চলাই আৰক্ষীয়ে আব্দুল হান্নানক আটক কৰে ।

লগতে পঢ়ক : হাথৰস গণধৰ্ষণঃ পিতৃক ঘৰত আবদ্ধ কৰি ৰাখি নিশাই পীড়িতাৰ মৃতদেহ সৎকাৰ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.