ETV Bharat / state

তুমুল প্ৰতিদ্বন্দিতাৰ অন্তত কংগ্ৰেছৰ দখলত নগাঁও

author img

By

Published : May 24, 2019, 4:11 AM IST

১৬৭৫২ টা ভোটৰ ব্যৱধানত সাংসদলৈ নিৰ্বাচিত প্ৰদ্যুৎ বৰদলৈ

তুমুল প্ৰতিদ্বন্দিতাৰ অন্তত কংগ্ৰেছৰ দখলত নগাঁও
  • অৱশেষত নগাঁৱত শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে
  • বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্ত
  • ১৬৭৫২ টা ভোটৰ ব্যৱধানত সাংসদলৈ নিৰ্বাচিত প্ৰদ্যুৎ বৰদলৈ
  • প্ৰদ্যুৎ বৰদলৈৰ মুঠ ৭৩৯৭২৪ ভোটৰ বিপৰীতে ৰূপক শৰ্মাই লাভ কৰে মুঠ ৭২২৯৭২ ভোট
  • নগাঁও লোকসভা সমষ্টিত 10757 হাজাৰ ভোট লাভ NOTA ৰ

নগাঁৱত অৱশেষত শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে।

তুমুল প্ৰতিদ্বন্দিতাৰ অন্তত অৱশেষত নগাওঁ লোকসভা সমষ্টিত শেষ হাঁহি মাৰিলে কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে। বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মাজত হয় তীব্ৰ প্ৰতিদ্বন্দি। শেষত ১৬৭৫২ টা ভোটৰ ব্যৱধানত সাংসদলৈ নিৰ্বাচিত হয় প্ৰদ্যুৎ বৰদলৈ। কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৭৩৯৭২৪ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই লাভ কৰে মুঠ ৭২২৯৭২ টা ভোট। উল্লেখ্য যে নগাওঁ লোকসভা সমষ্টিত নটা ই ১০ হাজাৰৰো অধিক ভোট লাভ কৰে। নগাঁৱত কলিয়াবৰ আৰু নগাওঁ লোকসভা সমষ্টিৰ ভোটগণনা শান্তিপূৰ্ণভাৱে হোৱাৰ বাবে ভোট গণনাত নিয়োজিত সকলো বিষয়া কৰ্মচাৰীৰ লগতে আৰক্ষী নিৰাপত্তাৰক্ষীকো ধন্যবাদ জ্ঞাপন কৰে জিলা উপায়ুক্ত তথা নগাওঁ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া যাদৱ শইকীয়াই।
bite.
--------////--------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৪-৫-২৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.