ETV Bharat / state

AK47 ammunition recovery: অৱশেষত উদ্ধাৰ হ’ল আৰক্ষীৰ পৰা চুৰি হোৱা AK47 ৰ গুলী

উদ্ধাৰ কৰা হ’ল চুৰি হোৱা একে-৪৭ৰ গুলী (AK47 ammunition recovery) । ৯০টাকৈ একে ৪৭ৰ গুলী চুৰি হৈছিল নগাঁও আৰক্ষী এজন কনিষ্টবলৰ পৰা ।

author img

By

Published : Jul 18, 2022, 10:02 PM IST

Nagaon police Station
অৱশেষত উদ্ধাৰ হ’ল আৰক্ষীৰ পৰা চুৰি হোৱা AK47 ৰ গুলী

নগাঁও, 18 জুলাই: অৱশেষত আৰক্ষীয়ে উদ্ধাৰ কৰিলে চুৰি হোৱা একে-৪৭ৰ গুলী(AK47 ammunition recovery) । ৯০টাকৈ একে ৪৭ৰ গুলী চুৰি হৈছিল এগৰাকী নগাঁও আৰক্ষী কনিষ্টবলৰ পৰা (Stolen amination of Nagaon police) ।

নগাঁৱৰ ফৌজদাৰীপট্টিৰ পৰা উদ্ধাৰ কৰা হৈছে গুলীসমূহ । ফিৰোজ খান নামৰ এটা চোৰৰ পৰা উদ্ধাৰ কৰা হয় গুলীসমূহ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.