ৰহা, 18 এপ্ৰিল: দেশজুৰি ঘোষণা কৰা লক ডাউনৰ ফলত এতিয়া খাদ্য সংকটত ভুগিছে দৰিদ্ৰ জনতাই ৷ তেনে ক্ষেত্ৰত আৰ্তজনক সহায় কৰিবলৈ ওলাই আহিছে ৰাজ্যৰ বহু হৃদয়বান লোক ৷ নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত মণিপুৰটোপতো আৰ্তজনক সহায়ৰ হাত আগবঢ়ালে বিশিষ্ট সমাজ সেৱক তথা যুৱ ব্যৱসায়ী মজিবুৰ ৰহমানৰ ৷ ৰহাৰ নিকটৱৰ্তী বৃহত্তৰ মণিপুৰটোপৰ বিভিন্ন প্ৰান্তত ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত বিতৰণ কৰিলে খাদ্য-সামগ্ৰী । অঞ্চলটোৰ যুৱ ব্যৱসায়ী মজিবুৰে অঞ্চলটোৰ প্ৰায় এহেজাৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে চাউল,মিঠাতেল,নিমখ,আলু,পিয়াজ,দালি,মুড়ি,চাবোন আদিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। দেশৰ সংকটৰ সময়ত আৰ্তজনক সহায়ৰ হাত আগবঢ়াই নিজকে ধন্য মানিলে ব্যৱসায়ী গৰাকীয়ে। আনহাতে বিশ্বজুৰি মহামাৰী কৰ'ণা ভাইৰাছে যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তাৰ সমান্তৰালভাৱে অসমত ডঃ হিমন্ত বিশ্ব শৰ্মা,পীযুষ হাজৰিকাই দিন-ৰাতি একাকাৰ কৰি অসমবাসীক এই ৰোগৰ বিৰুদ্ধে সজাগ কৰি স্বাস্থ্যখণ্ডক সজীৱতা প্ৰদান কৰাত ভূয়সী প্ৰসংশা কৰে যুৱ ব্যৱসায়ী গৰাকীয়ে ।
ৰহাত এহাজাৰ দৰিদ্ৰ পৰিয়ালক সাহাৰ্যৰ হাত মজিবুৰ ৰহমানৰ - ভয়ংকৰ ৰূপ
ৰহাৰ নিকটৱৰ্তী বৃহত্তৰ মণিপুৰটোপৰ বিভিন্ন প্ৰান্তত ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত বিতৰণ কৰিলে খাদ্য-সামগ্ৰী । অঞ্চলটোৰ যুৱ ব্যৱসায়ী মজিবুৰে অঞ্চলটোৰ প্ৰায় এহেজাৰ পৰিয়ালৰ মাজত বিতৰণ কৰিলে চাউল,মিঠাতেল,নিমখ, আলু,পিয়াজ,দালি,মুড়ি,চাবোন আদিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী।