ETV Bharat / state

মৰিগাঁৱত বিহুকলৈ চিত্ৰাংকন প্ৰতিযোগিতা - মৰিগাঁও

মৰিগাঁৱত ৰঙালী বিহুৰ সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত ঢোল-তাল ,পেপাঁ, টকা, গগনা, বাঁহী, তথা বিহুৱা-বিহুৱতীৰ চিত্ৰাংকন প্ৰতিযোগিতা ৷

মৰিগাঁৱত অনুষ্ঠিত ব্যতিক্ৰমী চিত্ৰাংকণ প্ৰতিযোগিতা
author img

By

Published : Apr 30, 2019, 9:24 AM IST

মৰিগাঁও , 30 এপ্ৰিল : মৰিগাঁৱত মৰিগাঁও বিহুতলী সমিতিয়ে অনুষ্ঠিত কৰে এক চিত্ৰাংকন প্ৰতিযোগিতা ৷ ছাত্ৰ ছাত্ৰীৰ মাজত এক সাংস্কৃতিক দৃশ্যপট অংকনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি বিহুৰ আপুৰুগীয়া সম্পদৰ স'তে নতুন প্ৰজন্মৰ পৰিচয় কৰাবলৈ এই পদক্ষেপ লোৱা হয় ৷

মৰিগাঁৱত অনুষ্ঠিত ব্যতিক্ৰমী চিত্ৰাংকণ প্ৰতিযোগিতা

মৰিগাঁৱত 57 সংখ্যক ৰঙালী বিহুৰ সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি মৰিগাঁও বিহুতলী সমিতিয়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ দুটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ বিষয়বস্তু আন দহখন চিত্ৰাংকণ প্ৰতিযোগিতাতকৈ সুকীয়া ৷ এই চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে অসমীয়া বাপতি সাহোন ব'হাগৰ বিহুৰ সৈতে জড়িত ঢোল , তাল, পেঁপা, গগন, টকা, বাঁহী, সুতুলী আৰু বিহুৱা-বিহুৱতীৰ ছবি অংকন ৷ মৰিগাঁও বিহুতলী মঞ্চত অনুষ্ঠিত এই বিশেষ প্ৰতিযোগিতাখন ৰীতা মিশ্ৰ আৰু ৰাজু দাসে পৰিচালনা কৰে ৷

Intro: মৰিগাঁৱত ৰঙালি বিহুৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত ঢোল-তাল ,পেপাঁ , টকা,গগণা,বাঁহী,তথা বিহুৱা-বিহুৱতীৰ চিত্ৰাংকণ প্ৰতিযোগিতা।এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক বিশেষ ৰিপৰ্ট।

Body:মৰিগাঁৱত এক ব্যতিক্ৰমী চিত্ৰাংকণ প্ৰতিযোগিতা। এক সাংস্কৃতিক দৃশ্যপট অংকণৰ জৰিয়তে ছাত্ৰ ছাত্ৰী মাজত স্বকীয় সাংস্কৃতিক উপাদানৰে নতুন প্ৰজন্মৰে পৰিচয়। মাধ্যম চিত্ৰাংকণ। হয় আমি কব বিচাৰিছো মৰিগাঁও বিহুতলী সমিতিয়ে উদযাপন খৰা ৫৭সংখ্যক বহাগৰ বিহুৰ দ্বিতীয় দিনাৰ তৃতীয় কাৰ্যসূচী স্কুলীয়া ছাত্ৰ ছাত্ৰী মাজত বিভিন্ন শাখাত অনুষ্ঠিত হোৱা এইখন প্ৰতিযোগিতা।
দুটা শাখাত আনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা ভিষয়বস্ত আন দহখন চিত্ৰাংকণ প্ৰতিযোগিতাতকৈ সুকীয়ি। বিষয় বস্তু হৈছে অসমীয়া বাপতি সাহোন বহাগৰ বিহুৰ সৈতে জড়িত ঢোল ,তাল,পেপাঁ, গগণা,টকা,বাহী সুতুলী আৰু বিহুৱা বিহুৱতী অংকণৰ অন্যন্য প্ৰতিযোগিতা। মৰিগাঁও বিহু তলী মঞ্চত অনুষ্ঠিত এই বিশেষ প্ৰতিযোগিতা পৰিচালনা কৰে ৰীতা মিশ্ৰ আৰু ৰাজু দাসে। byte:raju das, president.

Conclusion:ratul deka etv Bharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.