ETV Bharat / state

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই বিজেপিক সহায় কৰিব : পীযুষ হাজৰিকা - piyish hazarika

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোভিড প্ৰট’কল নমনা ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাই ৰাজ্যত দৈনিক অধিক হাৰত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰে ৷ অৱশ্যে এই জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

piyish-hazarika-says-on-congress-aiudf-allaince
কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই বিজেপিক সহায় কৰিব : পীযুষ হাজৰিকা
author img

By

Published : Sep 7, 2020, 9:09 PM IST

মৰিগাঁও, 7 চেপ্টেম্বৰ : "কংগ্ৰেছ আৰু এআইইউডিএফৰ মহাজোঁট বন্ধনত অলপো শংকিত হোৱা নাই শাসকীয় বিজেপি", এই মন্তব্য কৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই ৷ তদুপৰি এই জোঁটবন্ধনে অসমৰ স্বাভিমানক আঘাত কৰিছে বুলিও আক্ষেপ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই মিত্ৰজোঁটৰ বাবেই নিৰ্বাচনত উজনিৰ বহু কংগ্ৰেছী বিধায়ক হাৰিব বুলিও এক প্ৰকাৰে ভবিষ্যতবাণী কৰে পীযুষ হাজৰিকাই ৷ তদুপৰি দুয়োটা দলৰ মিত্ৰতাই বিজেপিক সহায়হে কৰিব তথা ২০২১ ৰ নিৰ্বাচনত পুনৰ বিজেপি ক্ষমতালৈ আহিব বুলি সোমবাৰে জাগীৰোড নগৰ পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ সন্মুখত দৃঢ়তাৰে প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই বিজেপিক সহায় কৰিব : পীযুষ হাজৰিকা

আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কোভিড প্ৰট’কল নমনা ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ আহ্বান জনাই ৰাজ্যত দৈনিক অধিক হাৰত কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা বুলি প্ৰকাশ কৰে ৷ অৱশ্যে এই জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: গোলাঘাটত তেল চোৰ চক্ৰৰ উৎখাত-৬ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.