মায়ং, ১৪ এপ্ৰিল: ৰাজ্যজুৰি পালন কৰা হৈছে আজি গৰু বিহু । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মায়ঙটো ৰঙালী বিহুক লৈ ব্যাপক উচাহ । সমগ্ৰ মায়ংবাসী সাজু হৈছে হেঁপাহৰ ৰঙালী আদৰিবলৈ । দেওবাৰে গৰু বিহু দিনাই মায়ঙৰ বিভিন্ন প্ৰান্তত বিল জলাশয় সমূহত গাঁওবাসীয়ে পৰম্পৰা অনুসৰি নোৱালে ধুৱালে গৰুক । মাহ হালধিৰ সুৱাসেৰে আমোল-মোল গাঁৱৰ প্ৰতিটো চুবুৰী ।
মায়ঙত উদযাপন গৰু বিহু - গৰু
মায়ঙৰ বিভিন্ন প্ৰান্তত বিল জলাশয় সমূহত গাঁও বাসীয়ে পৰম্পৰা অনুসৰি নোৱালে-ধুৱালে গৰুক
মায়ঙত উদযাপন গৰু বিহু
মায়ং, ১৪ এপ্ৰিল: ৰাজ্যজুৰি পালন কৰা হৈছে আজি গৰু বিহু । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মায়ঙটো ৰঙালী বিহুক লৈ ব্যাপক উচাহ । সমগ্ৰ মায়ংবাসী সাজু হৈছে হেঁপাহৰ ৰঙালী আদৰিবলৈ । দেওবাৰে গৰু বিহু দিনাই মায়ঙৰ বিভিন্ন প্ৰান্তত বিল জলাশয় সমূহত গাঁওবাসীয়ে পৰম্পৰা অনুসৰি নোৱালে ধুৱালে গৰুক । মাহ হালধিৰ সুৱাসেৰে আমোল-মোল গাঁৱৰ প্ৰতিটো চুবুৰী ।
Intro:Garu Bihu Celebration at Mayong.Body:সমগ্ৰ অসম বাসীৰ লগতে মায়ঙটো ৰঙালী
উচাহ।সমগ্ৰ মায়ং বাসী সাজু হৈছে হেঁপাহৰ ৰঙালী আদৰিবলৈ,গৰু বিহু দিনাই মায়ঙৰ বিভিন্ন প্ৰান্তত বিল জলাশয় সমূহত গাঁও বাসীয়ে পৰম্পৰা অনুসৰি নোৱালে ধুৱালে গৰু গাই।মাহ হালধীৰ সুবাসেৰে আমূল মুলালে গাওঁৰ প্ৰতিটো চুবুৰী।
Reported by Champak Deka.
JagirodConclusion:Garu bihu.