ETV Bharat / state

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ জন্ম তিথি উদযাপন - মাজুলী

জন্ম তিথিত দক্ষিণপাট সত্ৰক ধপাত আৰু প্লাষ্টিকমুক্ত কৰাৰ সংকল্প সত্ৰৰ বৈষ্ণৱসকলৰ

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ জন্ম তিথি উদযাপন
author img

By

Published : Apr 18, 2019, 3:32 AM IST

মাজুলী,18 এপ্ৰিলঃ : সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলীৰ এখন ঐতিহাসিক সত্ৰ হল শ্ৰী শ্ৰী দাক্ষিণপাট সত্ৰ । বুধবাৰে দক্ষিণপাট সত্ৰৰ বাকৰিত দেখা গ'ল এক উৎসৱমুখৰ পৰিৱেশ ৷ কাৰণ, তিনি বহাগৰ দিনটো হৈছে সত্ৰখনৰ বৰ্তমানৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীৰ জন্ম তিথি ৷ সত্ৰৰ চৰা ঘৰত ৰাজকীয় নৃত্য প্ৰদৰ্শন আৰু সন্ধিয়া নাম প্ৰসংগেৰে জন্ম তিথি উদযাপন কৰিলে ভকত-বৈষ্ণৱ সকলে ৷

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ জন্ম তিথি উদযাপন

উল্লেখযোগ্য যে,সত্ৰাধিকাৰ জনৰ জন্ম তিথি উপলক্ষে চৰা ঘৰত দক্ষিণপাট সত্ৰক ধপাত আৰু প্লাষ্টিকমুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰে সত্ৰৰ বৈষ্ণৱসকলৰ ৷

শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জন্ম তিথি উদযাপন  বৈষ্ণৱৰ ।  

Into : সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ মাজুলী এই মাজুলীৰ এখন ঐতিহাসিক সত্ৰ হল শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰ । আজি তিনি বহাগ আৰু এই দিনটোতে শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰ ৰ বৰ্ত্তমানৰ সত্ৰাধিকাৰ  শ্ৰীশ্ৰী ননী গোপাল দেৱ গোস্বামী দেৱৰ জন্ম তিথি । এই তিথিৰ উপলক্ষে সত্ৰ খনত এক উৎসৱ মুখৰ পৰিবেশ । সত্ৰৰ বৈষ্ণৱ সকলে জন্ম তিথিৰ শুভেচ্ছা দিয়াৰ লগতে সত্ৰ ৰ চৰা ঘৰত বৈষ্ণৱ সকলৰ দ্বাৰা ৰাজকীয় নৃত্য পদৰ্শন আৰু সন্ধিয়া নাম প্ৰসংগ জন্ম তিথি উদযাপন কৰা হয়। আজি সত্ৰৰ বৈষ্ণৱ সকলে চৰা ঘৰতে সংকল্প লয় শ্ৰীশ্ৰী দাক্ষিণপাট সত্ৰ খনক  ধপাত মুক্ত আৰু পালাষ্টিক মুক্ত কৰাৰ লগতে সত্ৰ খনৰ এই পদক্ষেপ সকলো কে আৰু আনুপ্ৰানিত কৰিব বুলি আশা প্ৰকাশ কৰিছে।

মাজুলীৰ পৰা যদুমণি শইকীয়া ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.