ETV Bharat / state

ক’ভিড প্ৰট’কলৰ মাজেৰে এক'লেণ্ড একাডেমীত চলিছে পাঠদান

মাজুলীত এক'লেণ্ড একাডেমী বিদ্যালয়ত চৰকাৰী ক’ভিড প্ৰটকল পালন কৰি অব্যাহত ৰখা হৈছে পাঠদান ।

author img

By

Published : Apr 29, 2021, 5:30 PM IST

accoland academy of majuli
accoland academy of majuli

মাজুলী, ২৯ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰতিদিনে বৃদ্ধি পাইছে মহামাৰীত আক্ৰান্তৰ সংখ্যা । ইয়াৰ পৰিপ্ৰেক্ষিতত যিসমূহ জিলাত ১০০ জন ক’ভিড পজিটিভ ধৰা পৰিছে সেইসমূহ ৰাজ্যত অসম চৰকাৰে বিদ্যালয়সমূহৰ পাঠদান কাৰ্যসূচী বন্ধ কৰিছে । লগতে উচ্চ মাধ্যমিক শ্ৰেণীসমূহত ৫০ শতাংশ শিক্ষাৰ্থীৰে পাঠদান কৰাৰ অনুমতি প্ৰদান কৰিছে । এই সকলো বিলাক ক'ভিড প্ৰটকল পালন কৰি মাজুলীৰ এক'লেণ্ড একাডেমী বিদ্যালয়েও পাঠদান কৰিছে । যিবোৰ শ্ৰেণী বন্ধ হৈ আছে সেই শ্ৰেণীসমূহৰ বাবে অনলাইনযোগে পাঠদান কৰিছে এক'লেণ্ড একাডেমী বিদ্যালয়ৰ শিক্ষকসকলে ।

মাজুলীত ক'ভিড প্ৰটকল এক'লেণ্ড একাডেমীৰ পাঠদান

লগতে পঢ়ক: গুৱাহাটীত পুনৰ কৰ'ণাত আক্ৰান্ত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.