ETV Bharat / state

সোণোৱালৰ হৈ নিবাচনী প্ৰচাৰ চলাব অমিত শ্বাহে - কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অসমলৈ সঘন আহ-যাহ চলিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ষ্টাৰ কেম্পেইনাৰৰ সোঁত বৈছে ৰাজ্যলৈ ৷ এইবাৰ মুখ্যমন্ত্ৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৷

সোণোৱালৰ হৈ নিবাচনী প্ৰচাৰ চলাব অমিত শ্বাহে

author img

By

Published : Mar 16, 2021, 11:48 AM IST

মাজুলী,16 মাৰ্চ: যিমানেই নিৰ্বাচনৰ দিন ওচৰ চাপি আহিছে সিমানেই তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ ৷ ভোটাৰক নিজ দলৰ প্ৰতি আকৃষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে প্ৰতিটো ৰাজনৈতিক দলে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অসমলৈ সঘন আহ-যাহ চলিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে ষ্টাৰ কেম্পেইনাৰৰ সোঁত বৈছে ৰাজ্যলৈ ৷ এইবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৷

সোণোৱালৰ হৈ নিবাচনী প্ৰচাৰ চলাব অমিত শ্বাহে

বুধবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী ৷ মাজুলীৰ ফুলনিত বিশাল জন সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীৰ হৈ প্ৰচাৰ চলাব অমিত শ্বাহে ৷ সভাত প্ৰায় 3 লাখৰো অধিক লোক উপস্থিত থাকিব বুলি প্ৰকাশ কৰিছে মাজুলীৰ বিজেপি কৰ্মী সকলে ৷

লগতে পঢ়ক: নিৰ্বাচন: অসমলৈ সোঁত বৈছে ৰাষ্ট্ৰীয় নেতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.