ETV Bharat / state

প্ৰতিবাদত উত্তপ্ত বগীনদী

প্ৰতিবাদত উত্তাল লখিমপুৰ জিলা ৷ মিচিং জাতীয় সংগঠন TMPK, MMK , NSUI ৰ তীব্ৰ প্ৰতিবাদ ৷ গৰা খহনীয়া প্ৰতিৰোধৰ দাবীত বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সংগঠন কেইটাৰ ৷

প্ৰতিবাদত উত্তপ্ত বগীনদী
author img

By

Published : Jul 25, 2019, 10:34 PM IST

লখিমপুৰ, 25 জুলাইঃ গৰা খহনীয়া প্ৰতিৰোধৰ দাবীত মিচিং জাতীয় সংগঠন TMPK, MMK ই বগীনদীৰ ৰাজপথত প্ৰতিবাদী সমদল ৷ প্ৰতিবাদী দলটোৱে সমদল বাহিৰ কৰি বগীনদী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ঘেৰাও কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীৰ দাবী তৎকালীন ভাবে ৰোধ কৰক সোৱণশিৰিৰ খহনীয়াৰ কৱলত পৰা ভীমপাৰা, হেকেৰাজান আদি অঞ্চলৰ খহনীয়া ৷ লগতে তদন্তৰ দাবী জনায় নাবাৰ্ডৰ ৭.৫০ কোটি টকাৰ ব্যয়েৰে তৈয়াৰ কৰা সোৱণশিৰি প্ৰতিৰোধৰ আঁচনিখনৰ । ইয়াৰ উপৰিও মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত টিএমপিকে কৰ্মীক আক্ৰমণ কৰা দোষী বিজেপি কৰ্মীক কৰায়ত্ব কৰিবলৈ দাবী উত্থাপন কৰে ৷

প্ৰতিবাদত উত্তপ্ত বগীনদী

লক্ষ্যণীয় যে, একেদিনাই বান খহনীয়া প্ৰতিৰোধৰ দাবীত বগীনদীত প্ৰতিবাদ সাব্যস্ত কৰে NSUI য়ে । ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জলসম্পদ মন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ।

Intro: বান গৰা খহনীয়া প্ৰতিৰোধৰ দাবীত বৃহস্পতি বাৰে উত্তাল প্ৰতিবাদ লক্ষীমপুৰ জিলাৰ বগীনদীত ।মিচিং জাতীয় সংগঠন TMPK,MMK ই বগীনদীৰ ৰাজপথেৰে প্ৰতিবাদী সমদল বাহিৰ কৰি বগীনদী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে ধৰ্ণা কাৰ্য্যসূচী ।Body: প্ৰতিবাদকাৰীয়ে দাবী জনালে, তৎকালীন ভাবে ৰোধ কৰক সোৱণশিৰীৰ খহনীয়াৰ কবলত পৰা ভীমপাৰা,হেকেৰাজান আদি অঞ্চলৰ খহনীয়া প্ৰতিৰোধৰ কৰাৰ লগতে nabard ৰ ৭. ৫০ কোটি টকাৰ ব্যয়েৰে ৰূপায়ণ অব্যাহত ৰখা সোবনশিৰী প্ৰতিৰোধৰ আঁচনি খনৰ তদন্ত কৰিবলৈ ।
লগতে দাবী জনালে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ সময়ত tmpk কৰ্মীক আক্ৰমণ কৰা দোষী bjp কৰ্মী জনক কৰায়ত্ব কৰিবলৈ ।Conclusion:একেদিনাই বান খহনীয়া প্ৰতিৰোধৰ দাবীৰেই বগীনদীত প্ৰতিবাদ সাব্যস্ত কৰিলে NSUI এ। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰি ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে জলসম্পদ মন্ত্ৰীলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.