ETV Bharat / state

একক প্ৰচেষ্টাত সেউজ বিপ্লৱৰ সূচনা কৰা খেতিয়কজন - সালোক্য সেৱা কানন

নৰ্থ ইষ্ট হিৰো স্বীকৃতিপ্ৰাপ্ত লীলা হাজৰিকাক দিল্লীস্থিত ইন্দিৰা গান্ধী মৈদামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই নিজ হাতৰে প্ৰদান কৰিছিল অৰুণোদয় বটাঁ ৷ ২০১৬ বৰ্ষত তেখেত জন্ম দিয়ে 'সালোক্য সেৱা কানন' নামৰ এক বেচৰকাৰী সংস্থাৰ

একক প্ৰচেষ্টাত সেউজ বিপ্লৱৰ সূচনা কৰা লীলা হাজৰিকা
author img

By

Published : Sep 30, 2019, 11:22 PM IST

লখিমপুৰ, 30 ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী এজন লোক ৷ নাম লীলা হাজৰিকা ৷ এটি সেউজীয়া মনেৰে ২৫ বছৰৰ পূৰ্বে বানে গৰকা দোৰপাঙৰ পাৰত তেখেতে আৰম্ভ কৰিছিল সেউজ বিপ্লৱৰ ৷ প্ৰথমে একক প্ৰচেষ্টাতে চলাই গৈছিল সেউজ বিপ্লৱ ৷ পৰৱৰ্তী সময়ত ২০১৬ বৰ্ষত তেখেত জন্ম দিয়ে 'সালোক্য সেৱা কানন' নামৰ এক বেচৰকাৰী সংস্থাৰ ৷ মুঠ ৯ জন সদস্যৰে গঠিত সালোক্য সেৱা কাননৰ জৰিয়তে হাজৰিকাই সকলো বিদ্যালয়-মহাবিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিগত-ৰাজহুৱা স্থানত বৃক্ষৰোপন কৰি সকলোকে বৃক্ষৰোপন কৰিবলৈ আহ্বান জনাই আহিছে ৷

নৰ্থ ইষ্ট হিৰো স্বীকৃতিপ্ৰাপ্ত লীলা হাজৰিকাক দিল্লীস্থিত ইন্দিৰা গান্ধী মৈদামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই নিজ হাতৰে প্ৰদান কৰিছিল অৰুণোদয় বটাঁ ৷ যি সময়ত ৰাজ্য খনৰ চুকে-কোনে গঢ়ি উঠিছে বিষাক্ত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বৃহৎ সংখ্যক কৃষিফাৰ্ম, সেই সময়তে বৃক্ষবন্ধু লীলা হাজৰিকাই নিজা বাৰীত ব্যতিক্ৰমী পদক্ষেপেৰে আৰম্ভ কৰিছে এখন কৃষিফাৰ্ম ৷ শ্ৰমৰ বিনিময়ত গঢ়ি উঠা কৃষি ফাৰ্মখনৰ জৰিয়তে তেখেতে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজক ৰাসায়নিক সাৰ প্ৰয়োগেৰে কৰা কৃষি মানুহৰ দেহৰ বাবে কিমান বিপজ্জনক তাৰ সম্পৰ্কত সজাগতা সৃষ্টি কৰি আহিছে ৷

একক প্ৰচেষ্টাত সেউজ বিপ্লৱৰ সূচনা কৰা লীলা হাজৰিকা

আনহাতে বাৰীখনত বিভিন্ন ৰবি শস্যৰ উপৰিও পান-তামোল, নাৰিকলৰ লগতে অমিতা খেতিও কৰিছে কৃষক গৰাকীয়ে ৷ দৰিদ্ৰ কৃষক গৰাকীয়ে পোক-পতংগ নিৰ্মূলৰ বাবে বাৰিখনৰ চাৰিওফালে ৰোপণ কৰিছে নিম গছ ৷ কিন্তু নিজৰ শ্ৰমৰ বিনিময়ত সেউজ বিপ্লৱৰ সূচনা কৰা কৃষক লীলা গগৈয়ে এই পৰ্যন্ত লাব কৰা নাই কোনোধৰণৰ চৰকাৰী সাহায্য ৷

Intro:OC : মন সেউজীয়া৷ চৌদিশ সেউজীয়া কৰাৰ সপোন তেওঁৰ৷ বৃক্ষবন্ধু হিচাপে পৰিচিত তেওঁ৷

VO: লখিমপুৰ জিলাৰ অসম - অৰুণাচল সীমান্তৱৰ্তী এজন সেউজীয়া মানুহ ৷ নাম লীলা হাজৰিকা৷ এটি সেউজীয়া মনেৰে ২৫ বছৰৰ পূৰ্বে বানে গৰকা দোৰপাঙৰ পাৰত আৰম্ভ কৰিছিল সেউজ বিপ্লৱৰ৷ প্ৰথমে একক প্ৰচেষ্টা, পৰৱৰ্তী সময়ত ২০১৬ বৰ্ষত জন্মদিয়ে এটা বেচৰকাৰী সংস্থা 'সালোক্য সেৱা কানন'৷ মুঠ ৯ জন সদস্যৰে গঠিত সালোক্য সেৱা কাননৰ জৰিয়তে হাজৰিকাই সকলো বিদ্যালয়-মহাবিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিগত-ৰাজহুৱা স্থানত বৃক্ষৰোপন কৰাৰ লগতে আহব্বান জনাই আহিছে সেউজ পৃথিৱী গঢ়াৰ বাবে৷ সেইবাবেই হাজৰিকাক নৰ্থ ইষ্ট হিৰো স্বীকৃতিৰে দিল্লীস্থিত ইন্দিৰা গান্ধী মৈদামত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই নিজ হাতৰে প্ৰদান কৰিছিল অৰুণোদয় বটাঁ৷ যি সময়ত ৰাজ্য খনৰ চুকে-কোনে গঢ়ি উঠিছে বিষাক্ত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বৃহৎ সংখ্যক কৃষিফাৰ্ম, সেই সময়তে বৃক্ষবন্ধু লীলা হাজৰিকাই নিজা বাৰীত ব্যতিক্ৰমী পদক্ষেপেৰে আৰম্ভ কৰিছে এখন কৃষিৰ্ফাম৷ ফাৰ্মখনত ফুল, বন্ধা, ওল কবিৰ লগতে মূলা,বেঙেনা,জলকীয়া,পালেং,পিয়াজ আদি নানা তৰহৰ জৈৱিক পদ্ধতিৰে কৰা সেউজীয়া খেতিৰে উপচি পৰা দেখা গৈছে। শ্ৰমৰ বিনিময়ত গঢ়ি উঠা কৃষি ফাৰ্মখনৰ জৰিয়তে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজক ৰাসায়নিক সাৰ প্ৰয়োগেৰে কৰা কৃষি মানুহৰ দেহৰ বাবে কিমান বিপজ্জনক তাৰ সম্পৰ্কত সজাগতা সৃষ্টি কৰিব খুজিছে বৃক্ষবন্ধুৱে ৷ আনহাতে বাৰীখনত বিভিন্ন ৰবি শস্যৰ উপৰিও পান-তামোল, নাৰিকলৰ লগতে অমিতা খেতিও কৰিছে কৃষক গৰাকীয়ে৷ দৰিদ্ৰ কৃষক গৰাকীয়ে পোক-পতংগ নিৰ্মূলৰ বাবে বাৰিখনৰ চাৰিওফালে ৰোপণ কৰিছে নিম গছ। এক কথাত কবলৈ গ'লে এখন সৰ্বাংগ সুন্দৰ বাৰী গঢ়ি তুলিছে কৃষক গৰাকীয়ে। কিন্তু দুৰ্ভাগ্যজনক কথা যে বছৰ বছৰ ধৰি উৰুখা পজাত জীৱন নিৰ্বাহ কৰি অহা হাজৰিকাই আজিকোপতি স্বীকৃতিৰ বাহিৰে চৰকাৰৰ ফালৰ পৰা সুবিধাৰ নামত ফুটাকৰি এটাও লাভ কৰিবলৈ সক্ষম নহল ৷

Bite -
(১)বৃক্ষবন্ধু ৷Body:OC : মন সেউজীয়া৷ চৌদিশ সেউজীয়া কৰাৰ সপোন তেওঁৰ৷ বৃক্ষবন্ধু হিচাপে পৰিচিত তেওঁ৷

(১)বৃক্ষবন্ধু ৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.