লখিমপুৰ,10আগষ্টঃ শুকুৰবাৰে নিশা লখিমপুৰৰ এটা যুৱকৰ দলে পাচিঘাটৰ পৰা লখিমপুৰলৈ আহি থকা অবস্থাত ধেমাজিৰ চিমেন চাপৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত নিশা উদ্ধাৰ কৰে এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ । পুৱা এই বান্দৰটো বন বিভাগক গতাই দিয়ে যুৱকৰ দলটোৱে ৷ শনিবাৰে বন বিভাগে কোনো সুৰক্ষিত বনাঞ্চলত এই লাজুকী বান্দৰটো এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইপিনে উত্তৰ অসমৰ কোনো ঠাইতে বসতি নথকা এই দুষ্প্ৰাপ্য লাজুকী বান্দৰটো ক'ৰ পৰা আহিল তাক লৈও অব্যাহত আছে চাঞ্চল্য ৷
লখিমপুৰত উদ্ধাৰ লাজুকী বান্দৰ - বন বিভাগ
লখিমপুৰত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ ৷ তিনিজন যুৱকে বান্দৰটো উদ্ধাৰ কৰি চমজাই দিয়ে বন বিভাগক ।
লখিমপুৰ,10আগষ্টঃ শুকুৰবাৰে নিশা লখিমপুৰৰ এটা যুৱকৰ দলে পাচিঘাটৰ পৰা লখিমপুৰলৈ আহি থকা অবস্থাত ধেমাজিৰ চিমেন চাপৰিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত নিশা উদ্ধাৰ কৰে এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ । পুৱা এই বান্দৰটো বন বিভাগক গতাই দিয়ে যুৱকৰ দলটোৱে ৷ শনিবাৰে বন বিভাগে কোনো সুৰক্ষিত বনাঞ্চলত এই লাজুকী বান্দৰটো এৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইপিনে উত্তৰ অসমৰ কোনো ঠাইতে বসতি নথকা এই দুষ্প্ৰাপ্য লাজুকী বান্দৰটো ক'ৰ পৰা আহিল তাক লৈও অব্যাহত আছে চাঞ্চল্য ৷
Body:শুক্ৰবাৰে নিশা লক্ষীমপুৰৰ এটা যুবকৰ দলে পাচিঘাটৰ পৰা লক্ষীমপুৰলৈ আহি থকা অবস্থাতে ধেমাজীৰ চিমেণ চাপৰিৰ ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত নিশা উদ্ধাৰ কৰিছিল এই দুষ্প্ৰাপ্য লাজুকী বান্দৰটো ।Conclusion: সাধাৰণতে উত্তৰ অসমৰ কোনো ঠাইতে বসতি নথকা এই দুষ্প্ৰাপ্য লাজুকী বান্দৰটো কৰ পৰা আহিল সেয়াহে লক্ষণীয় ।
ইতিমধ্যে বন বিভাগৰ লোকে কোনো সুৰক্ষিত বনাঞ্চলত এই লাজুকি বান্দৰটো এৰি দিয়াৰ ব্যবস্থা গ্ৰহণ কৰিছে ।