ETV Bharat / state

এদিনতে 10 টা আধাৰশিলা স্থাপন মন্ত্ৰী নৱ কুমাৰ দলেৰ

author img

By

Published : Sep 21, 2020, 2:23 PM IST

লখিমপুৰত 10 টা আধাৰশিলা স্থাপন মন্ত্ৰী নৱ কুমাৰ দলেৰ ৷ বগীনদী উন্নয়ন খণ্ডৰ কেইবাটাও পঞ্চায়তত আধাৰশিলা স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷

Minister Naba kumar Doley lay foundation stone in Lakhimpur
আধাৰশিলা স্থাপন মন্ত্ৰী নৱ কুমাৰ দলেৰ

লখিমপুৰ, 21 ছেপ্তেম্বৰ: সোমবাৰে লখিমপুৰত এদিনতে 10 টা আধাৰশিলা স্থাপন কৰিছে মন্ত্ৰী নৱ কুমাৰ দলে ৷ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে জিলাখনৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত কেইবাটাও পঞ্চায়তত নিজৰ দলীয় কৰ্মী-সমৰ্থকক সৈতে এই আধাৰশিলা স্থাপন কৰে মন্ত্ৰী দলে ৷

আধাৰশিলা স্থাপন মন্ত্ৰী নৱ কুমাৰ দলেৰ

কদম, নকদম, বগীনদী আৰু ওখমাটি পঞ্চায়তত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে গড়কাপ্তানি বিভাগৰ অধীনত নিৰ্মাণ হ'বলগীয়া ১০ টা পথৰ আধাৰশিলা স্থাপন কৰাৰ পাচতে সমষ্টিটোত সন্মিলিত গণ শক্তি অসম দলে প্ৰত্যাহবান সৃষ্টি কৰিব বুলি ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: বিটিচিৰ নিৰ্বাচন পিছুওৱা সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়াৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.