ETV Bharat / state

লখিমপুৰ আৰক্ষীৰ জালত তিনি ডকাইত

author img

By

Published : Sep 19, 2019, 2:20 PM IST

বিগত পাঁচ চেপ্তেম্বৰত লখিমপুৰত সংঘটিত ডকাইতি কাণ্ডৰ সৈতে জড়িত তিনি ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ ঘটনাৰ সৈতে জড়িত মুঠ 7 টাকৈ ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয় লখিমপুৰ আৰক্ষী ৷

লখিমপুৰ আৰক্ষীৰ সফলতা

লখিমপুৰ, 19 চেপ্তেম্বৰঃ লখিমপুৰ আৰক্ষীৰ জালত তিনি ডকাইত আৰক্ষীৰ জালত ব্যৱসায়ী অৰুণ কুমাৰ দত্তৰ ঘৰত সংঘটিত ডকাইটি কাণ্ডত জড়িত তিনিগৰাকী ডকাইত ৷ 17 তাৰিখৰ নিশা শ্বিলঙৰ লাতুমবাইৰ পৰা আটক হয় চৈয়দ আলি,আমজাদ আলি আৰু জব্বৰ আলি নামৰ ডকাইত কেইটাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ধৃত ডকাইতকেইটাৰ পৰা আৰক্ষীয়ে তিনিটা মোবাইল ফোনৰ লগতে 70 হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমানলৈকে ঘটনাৰ সৈতে জড়িত থকা 7 টাকৈ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

লখিমপুৰ আৰক্ষীৰ সফলতা

উল্লেখ্য যে,বিগত 5 চেপ্তেম্বৰত লখিমপুৰ আৰক্ষীৰ জালত পৰা তিনি ডকাইতে চিনাতলীত সংঘটিত কৰিছিল ডকাইতি কাণ্ড ৷ ব্যৱসায়ী অৰুণ কুমাৰ দত্তৰ বাসগৃহত নজনীয়া ডকাইতৰ দলে সংঘটিত কৰিছিল ডকাইতি ৷ নিশা প্ৰায় 2মান বজাত বাসগৃহৰ পিছফালৰ গ্ৰীল কাটি প্ৰৱেশ কৰিছিল ডকাইতৰ দলটো ৷ ব্যৱসায়ী কন্যাক হত্যাৰ ভাবুকি প্ৰদান কৰি ডকাইতৰ দলটোৱে লুটি নিছিল নগদ ধনৰ লগতে সোণৰ অলংকাৰ ৷ ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ব্যৱসায়ী অৰুণ কুমাৰ দত্ত ৷

ঘটনাৰ পিচতে লখিমপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ৷ ঘটনাৰ সৈতে জড়িত থকা ডকাইতৰ সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিতে বৰ্তমানলৈ গ্ৰেপ্তাৰ হয় 7টাকৈ ডকাইত ৷

Intro:লক্ষীমপুৰত 5 ছেপ্তেম্বৰৰ নিশা সংঘটিত ডকাইতি কাণ্ডৰ আৰু তিনি ডকাইতক গ্ৰেপ্তাৰ কৰিছে লক্ষীমপুৰ আৰক্ষীয়ে। Body:17 তাৰিখৰ নিশা ছিলঙৰ লাতুম্বাইৰ পৰা আটক কৰিছে চৈয়দ আলি, আমজাদ আলি আৰু জব্বৰ আলিক । আৰক্ষীয়ে জব্দ কৰিছে 70 হাজাৰ টকা আৰু তিনিটা মোবাইল ফোন । এতিয়ালৈকে এই ডকাইতি কাণ্ডৰ লগত জড়িত 7 জন ডকাইতক আটক কৰিবলৈ সক্ষম হৈছে লক্ষীমপুৰ আৰক্ষী ।Conclusion:5 ছেপ্তেম্বৰৰ নিশা লক্ষীমপুৰ নগৰৰ চিনাতলীয়াত অৰুণ দত্ত নামৰ ব্যবসায়ী জনৰ ঘৰত সংঘটিত হৈছিল এই ডকাইতি কাণ্ড ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.