ETV Bharat / state

কৃষি আইনৰ বিৰোধিতাৰে নাৰায়ণপুৰত কংগ্ৰেছৰ জোঁৰ সমদল

author img

By

Published : Jan 3, 2021, 10:31 PM IST

নাৰায়ণপুৰ ব্লক মণ্ডলৰ সহযোগত আৰু শিমলুগুৰি মণ্ডল কংগ্ৰেছৰ উদ্যোগত, প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত জোঁৰ সমদল উলিয়াই কৃষি আইনৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ জনায় কংগ্ৰেছ কৰ্মী সকলে ৷

কৃষি আইনৰ বিৰোধিতাৰে নাৰায়ণপুৰত কংগ্ৰেছৰ জোঁৰ সমদল
কৃষি আইনৰ বিৰোধিতাৰে নাৰায়ণপুৰত কংগ্ৰেছৰ জোঁৰ সমদল

বিহপুৰীয়া,3জানুৱাৰীঃ কেন্দ্ৰীয় চৰকাৰে দেশত বলবৎ কৰা তিনিখনকৈ কৃষি আইনৰ বিৰোধিতা আৰু দেশৰ কৃষক বিদ্ৰোহলৈ সমৰ্থন জনাই দেওবাৰে নাৰায়ণপুৰৰ শিমলুগুৰিত কংগ্ৰেছে বাহিৰ কৰে জোঁৰ সমদল ৷

নাৰায়ণপুৰ ব্লক মণ্ডলৰ সহযোগত আৰু শিমলুগুৰি মণ্ডল কংগ্ৰেছৰ উদ্যোগত প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত, জোঁৰ সমদল উলিয়াই কৃষি আইনৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে ৷ উল্লেখ্য যে, প্ৰায় তিনি শতাধিক কংগ্ৰেছ সমৰ্থকে জোঁৰ লৈ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শ্ল'গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

লগত পঢ়কঃ 18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.