- মেঘাশ্ৰী বৰাক নিজা বাসগৃহত সম্বৰ্ধনা জনায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰে ৷
- সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছিল মেঘাশ্ৰী বৰাই
- নাৰায়ণপুৰৰ বাসগৃহত জনোৱা হয় সম্বৰ্ধনা
- সংঘৰ পদাধিকাৰ কৰুণাকান্ত গগৈৰ লগতে উপস্থিত থাকে সংঘৰ কেইবাজনো কৰ্মকৰ্তা
- ফুলাম গামোচা আৰু এখন ধৰ্মগ্ৰন্থৰে আদৰণি জনায় মেধাৱী মেঘাশ্ৰীক
- এফাঁকি ঘোষাৰেও মেঘাশ্ৰী বৰাৰ ভৱিষ্যৎৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়
মেঘাশ্ৰী বৰাক সম্বৰ্ধনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ - BIHPURIA
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল নাৰায়ণপুৰৰ মেঘাশ্ৰী বৰা ৷
মেঘাশ্ৰী বৰাৰ সম্বৰ্ধনা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ
- মেঘাশ্ৰী বৰাক নিজা বাসগৃহত সম্বৰ্ধনা জনায় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰে ৷
- সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছিল মেঘাশ্ৰী বৰাই
- নাৰায়ণপুৰৰ বাসগৃহত জনোৱা হয় সম্বৰ্ধনা
- সংঘৰ পদাধিকাৰ কৰুণাকান্ত গগৈৰ লগতে উপস্থিত থাকে সংঘৰ কেইবাজনো কৰ্মকৰ্তা
- ফুলাম গামোচা আৰু এখন ধৰ্মগ্ৰন্থৰে আদৰণি জনায় মেধাৱী মেঘাশ্ৰীক
- এফাঁকি ঘোষাৰেও মেঘাশ্ৰী বৰাৰ ভৱিষ্যৎৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয়
Intro:মেধাৱী মেঘাশ্ৰী বৰাৰ বাসগৃহত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ উপস্থিত হৈ সম্বৰ্ধনা যাঁচে৷ Body:সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান প্ৰাপ্ত মেঘাশ্ৰী বৰাৰ নাৰায়ণপুৰৰ বাসগৃহত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কৰুণাকান্ত গগৈ৷
লগত উপস্থিত থাকে সংঘৰ কেইবাজনো কৰ্মকৰ্তা৷
ফুলাম গামোচা আৰু এখনি ধৰ্মগ্ৰন্থৰে আদৰণি জনায় মেধাৱী মেঘাশ্ৰীক৷
এফাকি ঘোষাৰেও মেঘাশ্ৰী বৰাৰ ভৱিষ্যৰ বাবে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰে৷ Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷