ETV Bharat / state

লখিমপুৰৰ ঘূনাসুঁতিত কেন্দ্ৰীয়ভাৱে উদযাপন আলি আয়ে লৃগাং

author img

By

Published : Feb 19, 2020, 11:52 PM IST

বুধবাৰে লখিমপুৰৰ ঘূনাসুঁতিত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় আলি আয়ে লৃগাং ৷ মিচিং জনগোষ্ঠীৰ অতি হেপাহৰ আলি আই লৃগাঙত উপস্থিত থাকি অভিভূত মুখ্যমন্ত্ৰী সোণোৱাল ৷

লখিমপুৰ
লখিমপুৰৰ ঘূনাসুঁতিত কেন্দ্ৰীয়ভাৱে উদযাপন আলি আয়ে লৃগাং

লখিমপুৰ, 19 ফেব্ৰুৱাৰীঃ লখিমপুৰৰ ঘূনাসুঁতিত বুধবাৰে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু লখিমপুৰ জিলা প্ৰশাসনৰ লগতে ঘূনাসুঁতিৰ ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় আলি আয়ে লৃগাং । অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

মিচিং জনগোষ্ঠীৰ অতি হেপাহৰ আলি আই লৃগাঙত উপস্থিত থাকি অভিভূত মুখ্যমন্ত্ৰী সোণোৱাল । অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সোনোৱালে কয়, ৰাজ্য চৰকাৰে দুৰ কৰিব ৰাইজৰ সমস্যা । বিশেষকৈ ঘাগৰৰ নদীৰ ওপৰত দলং নিৰ্মাণ কৰি ঘূনাসূঁতী ৰাইজৰ যাতায়তৰ সমস্যা সমাধান কৰা হ'ব ।

লগতে মুখ্যমন্ত্ৰীৰ ঘোষণা শীঘ্ৰে ঘূনাসুঁতিত প্ৰায় 20 লাখ টকাৰে নিৰ্মাণ কৰা হ'ব প্ৰয়াত সাহিত্যিক, বুদ্ধিজীৱী আবু ৰাম টাইডৰ প্ৰতিমূৰ্তি । মুখ্যমন্ত্ৰীৰ পুঁজিৰে নিৰ্মাণ কৰা হ'ব প্ৰতিমূৰ্তিটো ৷

আনহাতে, অনুষ্ঠানত বিভিন্ন শিতানত সম্বৰ্ধনা জনোৱা হয় মিচিং জনগোষ্ঠীৰ নাম উজ্জল কৰা ১০ গৰাকী ব্যক্তিক । অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে উপস্থিত থাকে মন্ত্ৰী নৱ দলে, লখিমপুৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক উৎপল দত্ত ৷

আৰু পঢ়কঃ যুৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তিঃ পৰিত্ৰাণ কেনেকৈ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.