ETV Bharat / state

BTR চুক্তিৰ বিৰোধিতাৰে কোকৰাঝাৰত নতুন দল গঠন - প্ৰাক্তন সাংসদ ছানচুমা শুংগুৰ বিষমুঠিয়াৰী

শুকুৰবাৰে কোকৰাঝাৰ নিৰ্বাচনী ভৱনত আয়োজিত এক সভাত বড়ো সকলৰ প্ৰাক্তন নেতা আৰু বৌদ্ধিক মহ’লৰ লোক সকলৰ উপস্থিতিত দিনজৰাে কাৰ্যসূচীৰে আয়োজন কৰা সভাখনতে জন্ম দিয়ে এই সংগঠনটো ৷

new organization found at kokorajhar sansuma khungur bwisumuthiary
পৃথক বড়ো ৰাজ্য গঠন আৰু BTR চুক্তিৰ বিৰোধীতাৰে কোকৰাঝাৰত নতুন দল গঠন
author img

By

Published : Oct 16, 2020, 5:47 PM IST

কোকৰাঝাৰ,১৬ অক্টোবৰঃ বড়ো ভূমিত পুনৰ পৃথক বড়ো ৰাজ্য দাবীৰ প্ৰসংগ উত্থাপন ৷ শীঘ্ৰে পৃথক বড়ো ৰাজ্য দাবীৰে আন্দোলনত নামিব একাংশ বড়ো জাতীয় প্ৰাক্তন নেতা ৷ প্ৰাক্তন সাংসদ ছানচুমা খুংগুৰ বিছুমুতিয়াৰী নেতৃত্বত এটা দল গঠন কৰি পৃথক বড়ো ৰাজ্য দাবী উত্থাপন কৰে ৷ "অল ইণ্ডিয়া বড়ো পিপলছ নেচনেল লীগ বড়োলেণ্ড ফৰ ষ্টেটহুত (AIBPNLBS)"৷ নামেৰে এই দল গঠন কৰে ৷

new organization found at kokorajhar sansuma khungur bwisumuthiary
পৃথক বড়ো ৰাজ্য গঠন আৰু BTR চুক্তিৰ বিৰোধীতাৰে কোকৰাঝাৰত নতুন দল গঠন
উল্লেখযোগ্য যে, মুঠ ১৪ জন সদস্যৰে গঠিত দলটোৰ সভাপতি হ’ল ছানচুমা খুংগুৰ বিছুমুতিয়াৰী আৰু সাধাৰণ সম্পাদক জেব্ৰা ৰাম মোচাহাৰী ৷ শুকুৰবাৰে কোকৰাঝাৰ নিৰ্বাচনী ভৱনত আয়োজিত এক সভাত বড়ো সকলৰ প্ৰাক্তন নেতা আৰু বৌদ্ধিক মহ’ল লোকসকলৰ উপস্থিতিত দিনজৰাে কাৰ্যসূচীৰে আয়োজন কৰা সভাখনতে জন্ম দিয়ে এই সংগঠনটো ৷

ইপিনে প্ৰাক্তন সাংসদ অৰ্থাৎ নৱ গঠিত "অল ইণ্ডিয়া বড়ো পিপলছ নেচনেল লীগ বড়োলেণ্ড ফৰ ষ্টেটহুত (AIBPNLBS)" ৷ ৰ সভাপতি ছানচুমা শুংগুৰ বিষমুঠিয়াৰীয়ে উল্লেখকৰে যে,পৃথক বড়ো ৰাজ্যৰ দাবী উত্থাপন কৰি পুনৰ আন্দোলনত নামিব সমগ্ৰ ৰাজ্যৰ বড়ো ৰাইজ ৷ আনহাতে BTR চুক্তিক বাতিল কৰাৰ লগতে ৬ জনগোষ্ঠীক ৰাজ্য চৰকাৰে জনজাতী মৰ্যদা দিয়াৰ প্ৰক্ৰিয়াক বাধা দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ বিৰুদ্ধে "অল ইণ্ডিয়া বড়ো পিপলছ নেচনেল লীগ বড়োলেণ্ড ফৰ ষ্টেটহুত (AIBPNLBS) থিয় দি যাৱ বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ সুৰক্ষিত UPI লেন-দেন সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিলে উচ্চতম ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.