ETV Bharat / state

কোকৰাঝাৰত দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

author img

By

Published : Sep 5, 2019, 11:09 AM IST

কোকৰাঝাৰৰ চিথিলাত দলবদ্ধ আক্ৰমণ ৷ আক্ৰমনত বাচ্চু মালী নামৰ এজন লোক গুৰুতৰভাৱে আহত ৷ সংকটজনক অৱস্থাত কোকৰাঝাৰ এম.আৰ.এম নামৰ ব্যক্তিগত চিকিৎসালয় ভৰ্তি ৷

কোকৰাঝাৰত দলৱদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

কোকৰাঝাৰ, 5 ছেপ্তেম্বৰঃ কোকৰাঝাৰৰ চিথিলাত দলবদ্ধ আক্ৰমণ ৷ আক্ৰমণত বাচ্চু মালী নামৰ এজন লোক গুৰুতৰভাৱে আহত ৷ তেওঁক সংকটজনক অৱস্থাত কোকৰাঝাৰ এম.আৰ.এম নামৰ ব্যক্তিগত চিকিৎসালয় ভৰ্তি ৷ ছাগলীয়ে গছ খোৱাক কেন্দ্ৰ কৰি সুত্ৰপাত আক্ৰমণৰ ৷ ঘটনা সন্দৰ্ভত আক্ৰমণকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে ভুক্তভোগীৰ পৰিয়ালে ৷ ইফালে আৰক্ষীয়ে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপন হৈছে ৷

Intro:চিথিলাত দলৱদ্ধ আক্ৰমন
[] সংকটজনক অৱস্থাত বাচ্চু মালী চিকিৎসাৰলয়ত চিকিৎসাধীন

কোকৰাঝাৰ ৪ চেপ্তেম্বৰ : কোকৰাঝাৰ জিলাৰ চিথিলাত ছাগলীয়ে গছ খোৱাক কেন্দ্ৰ কৰি এগৰাকী মহিলাক দলৱদ্ধভাৱে আক্ৰমন কৰাৰ লগতে মহিলা গৰাকীৰ শহুৰেক বাচ্চু মালী (৬০)ক ৰড,দাৰে বেয়াকৈ আক্ৰমণ কৰাত সম্প্ৰতি গুৰতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত কোকৰাঝাৰ এম.আৰ.এম নামৰ ব্যক্তিগত চিকিৎসালয় ভৰ্তি হৈ আছে বাচ্চু মালীয়ে ৷ Body:ঘটনা সংক্ৰান্তত বাচ্চু মালীৰ পুত্ৰ গোপাল মালীয়ে চিথিলা আৰক্ষী চকীত আক্ৰমণকাৰী ক্ৰমে - কেতু বৰ্মন, কমলেশ্বৰ বৰ্মন,দ্বীপক বৰ্মন আৰু নগৰ বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা হাতত লোৱা নাই ৷ ইপিনে বাচ্চু মালীৰ মূৰৰ কেইবা ঠাইত আঘাত গুৰুতৰ হোৱাৰ লগতে বাও হাতখন ভাঙি যোৱাত চিকিৎসালয়তে সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যদিও আৰক্ষীয়ে আচামীক গ্ৰেপ্তাৰ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বাচ্চু মালীৰ পুত্ৰ গোপাল মালীয়ে ৷

Conclusion:লক্ষণীয় যে যোৱা ১ চেপ্তেম্বৰৰ নিশা ৯ বজাত সংঘটিত হোৱা দলৱদ্ধ আক্ৰমনত বাচ্চু মালীয়ে চিকিৎসালয়তে মৃত্যুৰ সৈতে যুুজি আছে যদিও আৰক্ষীয়ে আচামী সকলক ৰক্ষনাবেক্ষন
দিয়াৰো অভিযোগ উঠিছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.