ETV Bharat / state

কৰিমগঞ্জত আৰক্ষীৰ জালত গভাইত চোৰ

চাইকেল চুৰ কৰিবলৈ গৈ হাতে লোটে ধৰা পৰিল চোৰটো

আৰক্ষীৰ জালত পৰিল গভাইত চোৰ
author img

By

Published : Mar 13, 2019, 12:41 PM IST

কৰিমগঞ্জ , ১৩ মাৰ্চ : কৰিমগঞ্জত বুধবাৰে চিকিৎসালয়ৰ চৌহদৰ পৰা চাইকেল চুৰ কৰিবলৈ গৈ হাতে লোটে ধৰা পৰিল এটা গভাইত চোৰ । স্থানীয় ৰাইজে উত্তম মধ্যম সোধাই আৰক্ষীৰ হাতত গতাই দিয়ে চোৰটোক ।

আৰক্ষীৰ জালত পৰিল গভাইত চোৰ

তথ্য অনুসৰি বিশু দাস নামৰ চোৰজনে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ চৌহদত ৰখাই থোৱা এখন চাইকেলৰ চাবি খোলাৰ চেষ্টা কৰি আছিল ৷ কিন্তু চাইকেল খনৰ চাবি খুলিব নোৱাৰাত চাইকেল খনকে দাঙি লৈ যায় ৷ অৱশ্যে চিকিৎসালয়ত কৰ্মৰত এজন কৰ্মীৰ তৎপৰতা আৰু স্থানীয় ৰাইজৰ সহযোগিতাত চোৰজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ ইপিনে চোৰ জনক আটক কৰি ৰাইজে চোৰজনক লপাথপা সোধাই আৰক্ষীক গতাই দিয়ে ৷

SLUG:-THIEF REDHANDED, BITTEN, KARIMGANJ
           
    চিকিত্সালয় চৌহদৰ পৰা চাইকেল চোৰ কৰিব গৈ হাতেলাতে ধৰা পড়িল এক গভাইত চোৰ | ৰাইজে লপাধপা শোধাই গতাই দিলে আৰক্ষীৰ হাতত | ঘটনা কৰিমগঞ্জ অসামৰিক চিকিত্সালয়ৰ | বিশু দাস নামৰ চোৰজনে চিকিত্সালয় চৌহদত থিয় কৰি ৰখা এটা চাইকেলৰ চাবি খোলাৰ চেষ্ঠা কৰি আছিল বহু সময় ধৰি | কিন্তু চিকিত্সালয়ৰ এজন কৰ্মীয়ে  চোৰৰ এনে গতিবিধি দুৰৰ পৰা লক্ষ্য কৰি আছিল | এটা সময়ত চাবি খুলিব নোৱাৰি চাইকেলটোক শূন্যত ডাঙি লৈ যাব ধৰিলে উপস্থিত কেইবাজনো ৰাইজে চোৰজনক কৰায়ত্ব কৰে | চোৰ কৰায়ত্বৰ পাছত উপস্থিত বহুতে চোৰজনক এটা দুটা ঔকিল শোধাই আৰক্ষীক গতাই দিয়ে |

ফুটেজ এফটিপিত আছে slug,A_kxj_808_13march_theif_redhanded_karimganj
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.