ETV Bharat / state

পাথাৰকান্দিত তীৰৰ অবৈধ বেহাঃ আটক 2 বুকী

ৰাইজৰ অভিযোগ অনুসৰি পাথাৰকান্দি সমষ্টিৰ য'তে-ততে তীৰ,জুৱা খেলৰ মুকুলি বেহা চলিছে কিন্তু এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা ৰহস্যজনক সেইকাৰণে সমষ্টিটোত ক্ৰমান্বয়ে বাঢ়ি গৈছে এনে ধৰণৰ অপৰাধসমূহ।

author img

By

Published : Jul 3, 2019, 7:44 AM IST

Updated : Jul 3, 2019, 8:42 AM IST

পাথাৰকান্দিত তীৰৰ অবৈধ বেহা

পাথাৰকান্দি, 3 জুলাইঃ তীৰ খেলৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে পাথাৰকান্দি আৰক্ষীয়ে। পাথাৰকান্দি সমষ্টিৰ বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি চলিছিল তীৰৰ বেহা কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা ৰহস্যজনক। কিন্তু মঙলবাৰে হঠাতে সষ্টম হৈ উঠে আৰক্ষী। মঙলবাৰে বিয়লি পাথাৰকান্দি আৰক্ষীৰ এটা দলে কলকলিঘাট বজাৰত অভিযান চলাই স্থানীয় তীৰ খেলৰ দুগৰাকী বুকী ক্ৰমে উত্তম সোনাৰ আৰু কাজল তালুকদাৰক আটক কৰে।

পাথাৰকান্দিত তীৰৰ অবৈধ বেহা

বুকি দুজনৰ লগতে 20 হেজাৰ নগদ ধনসহ তীৰ খেলৰ বহি উদ্ধাৰ কৰে। বৰ্তমান আৰক্ষীয়ে বুকী দুজনক সোধ-পোচ চলাই আছে । ৰাইজৰ অভিযোগ অনুসৰি পাথাৰকান্দি সমষ্টিৰ য'তে-ত'তে তীৰ,জুৱা খেলৰ মুকলি বেহা চলিছে কিন্তু এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা ৰহস্যজনক সেইকাৰণে সমষ্টিটোত ক্ৰমান্বয়ে বাঢ়ি গৈছে এনে ধৰণৰ অপৰাধসমূহ। আনহাতে মঙলবাৰৰ এই অভিযানৰ পিছত এনে অভিযান অব্যাহত থাকিব নে ইয়াতেই সামৰণি পৰিব ৰাইজৰ প্ৰশ্ন।

Intro:পাথাৰকান্দি সমষ্টিৰ বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি চলিছিল তীৰৰ অবৈধ বেহা কিন্তু আৰক্ষীৰ ভূমিকা আছিল ৰহস্যজনকBody:SLUG.TEER OWNER ARREST.PATHERKANDI.

তীৰ খেলৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে পাথাৰকান্দি আৰক্ষীয়ে।পাথাৰকান্দি সমষ্টিৰ বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি চলিছিল তীৰৰ অবৈধ বেহা কিন্তু আৰক্ষীৰ ভূমিকা আছিল ৰহস্যজনক।পিছে আজি হঠাৎ সষ্ঠম হৈ উঠে আৰক্ষী।আজি বিয়লি পাথাৰকান্দি আৰক্ষীৰ এটা দলে কলকলিঘাট বজাৰত অভিযান চলাই স্থানীয় তীৰ খেলৰ দুই গৰাকী যথাক্ৰমে উত্তম সোনাৰ আৰু কাজল তালুকদাৰ নামৰ পাণ্ডা দুজনক আটক কৰে।লগতে 20 হেজাৰ নগদ ধন সহ তীৰ খেলৰ বহি উদ্ধাৰ কৰে।বৰ্তমান আৰক্ষীয়ে শোধপোচ চলাই আছে তীৰ খেলৰ দুই পাণ্ডাক।উল্লেখযোগ্য যে পাথাৰকান্দি সমষ্টিৰ জতেততে তীৰ,জুয়া, মোবাইল জুয়া খেলৰ মুকুলি বেহা চলিছে কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নলয়।পিছে আজিৰ অভিযানৰ পিছত এনে অভিযান অব্যাহত থাকিব নে ইয়াতেই সামৰণি পৰিব এয়াই লাখ টকীয়া প্ৰশ্ন।

পাথাৰকান্দিৰ পৰা সঞ্জীত কৈৰী ইটিভি ভাৰত।অসম।Conclusion:
Last Updated : Jul 3, 2019, 8:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.