ETV Bharat / state

কেবৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ - স্বাধীনতা আন্দোলনৰ মৰ্যদা নাথাকিল বুলিও উল্লেখ

চৰকাৰে উন্নয়ন কৰাৰ পৰিৱৰ্তে মুছলমান আৰু হিন্দু সম্প্ৰদায়ৰ মাজত এক বিভেদৰ সূচনা কৰিছে ৷ কেবৰ বিৰুদ্ধে প্ৰতিবাদ আব্যাহত থাকিব বুলি মত প্ৰকাশ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷

প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ প্ৰতিক্ৰিয়া

author img

By

Published : Dec 12, 2019, 8:18 AM IST

কৰিমগঞ্জ,12 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱা পিচত প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া। প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয়, দেশত এতিয়া ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিজেপিয়ে । চৰকাৰে উন্নয়ন কৰাৰ পৰিৱৰ্তে মুছলমান আৰু হিন্দু সম্প্ৰদায়ৰ মাজত এক বিভেদৰ সূচনা কৰিছে ৷ সাধাৰণ ৰাইজে শান্তি বিচাৰে কিন্তু এই চৰকাৰে সংঘৰ্ষ বিচৰাহে পৰিলক্ষিত হৈছে ৷ স্বাধীনতা আন্দোলনৰ কোনো মৰ্যদা নাথাকিল বুলিও উল্লেখ কৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদ আব্যাহত থাকিব বুলি মত প্ৰকাশ কৰি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ প্ৰতিক্ৰিয়া

লগতে পঢ়ক: ৰাজ্যসভাত গৃহীত হ'ল কেব: প্ৰতিবাদত জ্বলিছে নিশাৰ অসম

Intro:Body:নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হোৱা পিছত প্রাক্তনমন্ত্রী সিদ্দেক আহমদ প্রথম প্রতিক্রিয়া। প্রাক্তন মন্ত্রী সিদ্দিক আহমেদ এ কয় দেশত এতিয়া ভয়াবহ পরিস্থিতি সৃষ্টি কৰেছে বিজেপি। মুসলিম সম্প্রদায়ক লক্ষ করি এনআরসির মুসলিম সম্প্রদায় পরিকল্পনামাফিক উলিৱাৱ দিবাৰ কাৰনত সাম্প্রদায়িক বিরোধী আৰু সংবিধান বিরোধী আৰু সংবিধান বিরোধী এই বিল রাজ্যসভাৱ পাস করেছে তেৱ কৱ এই বিলৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব।..............
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.