ETV Bharat / state

কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰ অগপত যোগদান

author img

By

Published : Mar 7, 2021, 10:54 PM IST

দক্ষিণ কৰিমগঞ্জৰ 22টা পঞ্চায়তৰ তৃনমূলৰ এআইইউডিএফৰ হাজাৰ হাজাৰ কৰ্মীয়ে বৰ্তমানে দলত্যাগ কৰি যোগ দিয়া আৰম্ভ কৰিছে অগপত। আজিজ আহমেদ খানৰ বাসগৃহত সমৰ্থকে জ্বলালে এআইইউডিএফ দলৰ পতকাৰ লগতে বদৰুদ্দিন আজমল মুৰ্দাবাদ ধ্বনিৰে কৰিলে পৰিবেশ উত্তাল ।

কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰ অগপত যোগদান
কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানৰ অগপত যোগদান

কৰিমগঞ্জ,7 মাৰ্চঃ মিত্ৰজোঁটৰ টিকটৰ পৰা বঞ্চিত হৈ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক আজিজ আহমেদ খানে যোগদান কৰিলে অগপত । দক্ষিণ কৰিমগঞ্জৰ 22টা পঞ্চায়তৰ তৃনমূলৰ এআইইউডিএফৰ হাজাৰ হাজাৰ কৰ্মীয়ে বৰ্তমানে দলত্যাগ কৰি যোগ দিয়া আৰম্ভ কৰিছে অগপত। আজিজ আহমেদ খানৰ বাসগৃহত সমৰ্থকে জ্বলালে এআইইউডিএফ দলৰ পতকাৰ লগতে বদৰুদ্দিন আজমল মুৰ্দাবাদ ধ্বনিৰে কৰিলে পৰিবেশ উত্তাল ।

দক্ষিণ কৰিমগঞ্জৰ পৰা এআইইউডিএফ দলৰ পৰা টিকট লাভ কৰি 2016 বিধানসভা নিৰ্বাচনত জয়লাভ কৰা আজিজ আহমেদ খানে মিত্ৰজোঁটৰ টিকটৰ পৰা বঞ্চিত হৈ অৱশেষত আনুষ্ঠানিক ভাৱে যোগদান কৰিলে অগপ দলত । কংগ্ৰেছৰ শক্তিশালী ঘাটি হিচাপে পৰিগণিত দক্ষিণ কৰিমগঞ্জৰ কংগ্ৰেছী নেতা ছিদ্দিক আহমেদক যি জন আজিজ আহমেদ খানে প্ৰায় 4500 ভোটৰ ব্যবধানত পৰাজিত কৰিছিল । সেইজন এইবাৰ বঞ্চিত হৈছে মিত্ৰজোঁটৰ টিকটৰ পৰা । লগতে পঢ়কঃ প্ৰতিটো মূহূৰ্তত সলনি হৈছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট...ডেস্কৰ পৰা নিৰ্বাচন বিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.