ETV Bharat / state

মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ

author img

By

Published : Sep 27, 2019, 9:18 AM IST

লাখ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা কৰিমগঞ্জৰ গোৰামাৰা মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছৰ শাসনকালত নিৰ্মিত চিকিৎসালয়খনত সহজে উপলব্ধ নহয় এজনো চিকিৎসক আৰু নাৰ্ছ ৷ আদৰ্শ চিকিৎসালয়খনত বৰ্তমানলৈকে নাই স্থায়ী পৰিসেৱাৰ ব্যৱস্থা ৷

মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়

বদৰপুৰ, 27 ছেপ্টেম্বৰ :লাখ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা কৰিমগঞ্জৰ গোৰামাৰা মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কংগ্ৰেছৰ শাসনকালত নিৰ্মিত চিকিৎসালয়খনত সহজে উপলব্ধ নহয় এজনো চিকিৎসক আৰু নাৰ্ছ ৷ আদৰ্শ চিকিৎসালয়খনত বৰ্তমানলৈকে নাই স্থায়ী পৰিসেৱাৰ ব্যৱস্থা ৷

মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ৰোগীৰ হাহাকাৰ

মাহত এদিন বা দুদিন চিকিৎসক আহি উপস্থিত হ'লেও দিনৰ বাৰ বজাতে চিকিৎসালয় বন্ধ কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ ৰাইজে মন্তব্য কৰা অনুসৰি, চিকিৎসালয়খন থাকিও তেওঁলোকৰ কোনো সুবিধা হোৱা নাই ৷ কৰিমগঞ্জ স্থাস্থ্য বিভাগৰ এই অৱস্থাই এতিয়া সকলোৰে চকু কপালত তুলিছে ৷ ৰোগীৰ লগতে মানৱ সুৰক্ষা সংগঠনৰ কৰ্মকৰ্তাই এই সমস্যাৰ সমাধানৰ বাবে কৰিমগঞ্জ জিলা প্ৰশাসন আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে ৷

Intro:চৰকাৰি টকাৰ অপচয় । লক্ষ লক্ষ টকা ব্যায় নিৰ্মিত মদেল হাসপাতালখন শোভাবৰ্ধন কৰিয়াছে। চিকিত্সকহীন হাসপাতালত ৰোগীৰ হাহাকাৰ ।কুম্ভ নিদ্ৰাত স্বাস্থ্য বিভাগ।Body:SLUG: PATHETIC CONDITION OF A MODEL HOSPITAL

বদৰপুৰ: :- আছে গৰু না বায় হাল, থকাত কৈ নথকাই ভাল। এই কথাষাৰ লগতে মিল আছে কৰিমগঞ্জৰ গোৰামাৰা মহাত্মাগান্ধী আদৰ্শ হাসপাতালৰ। বিগত কংগ্ৰেছৰ আমোলত বৰ ধুনীয়াকৈ এই আদৰ্শ হাসপাতাল নিৰ্মাণ হৈছে কিন্তু আজি লৈকে তাঁত না থাকে এজন চিকিৎসক । নাই এজন নাৰ্ছ, নাই ইনডোৰ পৰিসেবা, আজি ই টিভি সাংবাদিকৰ কেমেৰাত ধৰা পৰে যতে ততে তলা ওলোমাই আছে । চিকিত্সকৰ অভাৱত ৰোগীৰ মাজত লাগে হাহাকাৰ । নামোতে এখন মদেল হাসপাতাল কিন্তু কামত নাই । ৰোগীৰ নানা অভিযোগ শুনিলে মাননীয় স্বাস্থ্য মন্ত্ৰীৰ চোখ কপালত উঠিব । আজি বছৰৰ পিছত বছৰ ধৰি লক্ষ্য লক্ষ্য টকা ব্যায় নিৰ্মিত মদেল হাসপাতালত নাই কোনও স্থায়ী পৰিসেবা ।হাসপাতালখন এলাকাৰ শোভাবৰ্ধন কৰিছে মাত্ৰ । মাহত এদিন দুদিন আহে এজন চিকিত্সক আৰু বাৰোটা বজাত বনধ কৰি যায় হাসপাতালখন । আজি কোন চৰকাৰি বনধ নাই কিন্তু আজি দেখা গল এই আজব মদেল হাসপাতালত গড়হাজিৰ চিকিত্সক।ৰাইজৰ মতে এই হাসপাতালখন ইয়াত থাকি কোন লাভ নাই ৰোগীৰ কিবা অসুবিধা হলে জিলা হাসপাতালত লৈযাম বাৰু। চৰকৰ যেতিয়া গ্ৰামীন এলাকাত চিকিৎসক পৌঁছাবলৈ নিয়োগৰ সময়ত সকিয়নী প্ৰদান কৰে যে নিয়োগৰ পাছত গাওঁৰ হাসপাতালত চাকৰি কৰিব লাগিব নহ'লে সেচ্ছায় চাকৰি এৰিব লাগিব এই সকিয়নী কোন কামত লগা নাই । কৰিমগঞ্জৰ স্বাস্থ্য বিভাগৰ যেন অসমৰ বাহিৰত সেয়ে স্বাস্থ্য মন্ত্ৰী কথা কিয় শুনিব । আজি ৰোগীৰ লগতে হিউমেন উয়েল ফেয়াৰ সংগঠনৰ কৰ্মকৰ্তা বিলাকে এনে অভিযোগ কৰিলে আৰু সমস্যাবোৰ সমাধানৰ বাবে কৰিমগঞ্জৰ জেলাশাসক আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰে।

স্বপ্নজিৎ নাথ ৱদৰপুৰ ই টিভি ভাৰতৰ অসম Conclusion:স্বপ্নজিৎ নাথ ই টিভি ভাৰতৰ অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.