ETV Bharat / state

স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈ ত্ৰিপুৰাৰ পৰা অসমত প্ৰৱেশ এজনৰ - কোৱাৰাণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ

হেলো শ্বেক নামৰ 32 বছৰীয়া লোকজনে ত্ৰিপুৰাৰ কৰ‘ণা সংক্ৰমিত হট্চপট এলেকাৰ পৰা কোনো স্বাস্থ্য পৰীক্ষা অবিহনে নিশা ট্ৰাক যোগে কৰিমগঞ্জৰ চান্দখিৰা তিনি আলিত উপস্থিত হয় ৷

one-person-illegally-entered-in-assam-without-any-health-checkup
স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈ ত্ৰিপুৰাৰ পৰা অসমত প্ৰৱেশ এজনৰ
author img

By

Published : May 17, 2020, 3:32 PM IST

কৰিমগঞ্জ, 17 মে‘ : ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ‘ণা আক্ৰান্তৰ সংখ্যা ৷ লক ডাউন চলি থকাৰ মাজতো কিন্তু বিগত 24 ঘণ্টাৰ ভিতৰত ত্ৰিপুৰাৰ পৰা অসমত প্ৰৱেশ কৰে দুজন বহিঃৰাজ্যৰ লোকে । এইবাৰ ট্ৰাকৰ হেণ্ডিমেন হৈ অসমত প্ৰৱেশ কৰিলে কলকাতাৰ এজন ব্যক্তিয়ে । কোনো ধৰণৰ স্ক্ৰিনিং অবিহনে অসমত প্ৰৱেশ কৰে লোকজনে । হেলো শ্বেক নামৰ 32 বছৰীয়া লোকজনে ত্ৰিপুৰাৰ কৰ‘ণা সংক্ৰমিত হট্চপট এলেকাৰ পৰা কোনো স্বাস্থ্য পৰীক্ষা অবিহনে নিশা ট্ৰাক যোগে কৰিমগঞ্জৰ চান্দখিৰা তিনি আলিত উপস্থিত হয় ৷

স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈ ত্ৰিপুৰাৰ পৰা অসমত প্ৰৱেশ এজনৰ

লোকজন অহা ট্ৰাকখনৰ চালকে উক্ত স্থানত লোকজনক নমাই দিয়ে । অঞ্চলটোত স্থানীয় ৰাইজে লোকজনক সন্দেহজনক অৱস্থাত ঘুুৰি-ফুৰা প্ৰত্যক্ষ কৰি আৰক্ষী আৰু স্বাস্থ্য বিভাগক খবৰ দিয়ে ৷

ইতিমধ্যে প্ৰশাসনে লোকজনক স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰাণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।

লগতে পঢক: ভাৰত চৰকাৰে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত স্থাপন কৰিব ৰিচাৰ্ছ ৰিয়েক্টৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.