ETV Bharat / state

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কৰিমগঞ্জত দাখিল হ'ল মনোনয়ন - কংগ্ৰেছ প্ৰাৰ্থী

ৰিংটাৰ্নিং অফিছাৰৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশৰ পৰা বঞ্চিত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় ছিদ্দিক আহমেদৰ দৰে হাই প্ৰফাইল নেতা

মননোয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী
author img

By

Published : Mar 25, 2019, 9:26 PM IST

কৰিমগঞ্জ, 25 মাৰ্চঃ কৰিমগঞ্জত কমেও পাঁচটাকৈ গেট অতিক্ৰম কৰি মননোয়ন জমা দিলে কংগ্ৰেছ প্ৰাৰ্থীয়ে ৷ প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় ছিদ্দিক আহমেদৰ দৰে হাই প্ৰফাইল নেতাও দীৰ্ঘসময় ধৰি ৰৈ থকিবলগা হল গেটত ৷ উল্লেখ্য যে, সোমবাৰে কৰিমগঞ্জত তিনিগৰাকী প্ৰাৰ্থীয়ে জমা দিয়ে মননোয়ন পত্ৰ ৷ কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাস, এআইইউডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস আৰু তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থী চন্দন দাসে ৰিটাৰ্নিং অফিচাৰ পি.বি ৰয়ৰ হাতত জমা দিয়ে মননোয়ন ৷ লোকসভা নিৰ্বাচনৰ মননোয়ন দাখিলক লৈ ৰাজনৈতিক উন্মাদনা সৃষ্টি হোৱাৰ আশংকাত ৰিংটাৰ্নিং অফিছাৰৰ কাৰ্যালয়ৰ চৌদিশে বনোৱা হয় এটাৰ পিছত এটা বেৰিকেট ৷ তাৰোপৰি কাৰ্যালয় চৌহদত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা বেষ্টনী ৷ যাৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসৰ পক্ষত অহা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়, বিধায়ক কমলাক্ষ দে পুৰকায়স্থক ভিতৰত সোমাবলৈ বাধা দিয়ে কাৰ্যালয়ত সৰ্বত্ৰে মোতায়ন কৰা চিআৰপিএফ, বিএছএফ, অসম আৰক্ষীয়ে ৷ যাক লৈ সামন্য পৰিমাণে উত্তেজনা সৃষ্টি হয় কাৰ্যালয় চৌহদত৷

SLUG: NOMINATION SUBMISSION, KARIMGANJ
কমেও পাঁচটাকৈ গেইট অতিক্ৰম কৰি মননোয়ন জমা দিবলগা হল কংগ্ৰেছ প্ৰাৰ্থীক । গৌতম ৰয় ছিদ্দিক আহমদৰ দৰে হাই প্ৰফাইল নেতাও দীৰ্ঘসময় ধৰি ৰৈ থকিবলগা হল গেইটত । কৰিমগঞ্জ আজি তিনিগৰাকি প্ৰাৰ্থীয়ে মননোয়ন জমা দিয়ে । কংগ্ৰেছৰ প্ৰাৰ্থী স্বৰূপ দাস, এইআইইউডিএফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস আৰু তৃণমুল কংগ্ৰেছৰ প্ৰাৰ্থী চন্দন দাসে ৰিটাৰ্নিং অফিচাৰ পি.বি ৰয়ৰ হাতত মননোয়ন জনা দিয়ে ।
লোকসভা নিৰ্বাচনৰ মননোয়ন দাখিলক লৈ ৰাজনৈতিক উন্মাদনা সৃষ্ঠি হোৱাৰ আশংখাত ৰিংটাৰ্নিং অফিছাৰৰ কাৰ্যালয়ৰ চৌদিশে বনোৱা হয় এটাৰ পিছত এটা বেৰিকেড । গড়ি তোলা হয় কটকটিয়া নিৰাপত্তা বেষ্টনী । চিআৰপিএফ, বিএছএফ, অসম আৰক্ষী মোতায়ন কৰা হয় সৰ্বত্ৰে । কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসৰ পক্ষত অহা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়, বিধায়ক কমলাক্ষ দে পুৰকায়স্থক ভিতৰত সোমাবলৈ বাধা দিয়ে .........। ইয়াকে লৈ সামান্য উত্তেজনাও দেখা দিয়ে । কংগ্ৰেছ প্ৰাৰ্থী স্বৰূপ দাসে কৰিমগঞ্জ আচনত এককভাবে জয়ী হোৱাৰ আশা ব্যক্ত কৰে । প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে কয়, এআইইউডিএফে সকলো ঠাইত প্ৰাৰ্থী প্ৰত্যাহাৰ কৰিছে । বেলেগ অংকত কৰিমগঞ্জত প্ৰাৰ্থী দি থৈছে বুলি অভিযোগ কৰে প্ৰাক্ত মন্ত্ৰীগাৰকিয়ে । 
        বিপিএন চক্ৰৱৰ্তীৰ সহযোগত স্বপ্নজিত নাথ আৰু সঞ্জীত কৈৰীৰ ৰিপোৰ্ট ইটিভি ভাৰত অসম, কৰিমগঞ্জ, ২৫-০৩-১৭
ফুটেজ এফটিপিত দিয়া আছে ।নেটৱৰ্ক বেয়া থকাৰ বাবে দেৰি হল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.