ETV Bharat / state

বিধায়ক কৰ'ণাত আক্ৰান্ত হোৱাৰ পাছতে শংকিত কৰিমগঞ্জবাসী

author img

By

Published : Jun 23, 2020, 4:49 PM IST

উল্লেখ্য যে, ইতিমধ্যে ৰাজ্যৰ কেবাগৰাকীও মন্ত্ৰী, বিধায়কৰ সৈতে আলোচনাত মিলিত হৈছিল পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল ৷

MLA Krishnendu pal
কৃষ্ণেন্দু পাল কৰ'ণাক্ৰান্ত হোৱাৰ পাছতে শংকিত কৰিমগঞ্জবাসী

কৰিমগঞ্জ, 23 জুনঃ অসমৰ প্ৰথমজন ৰাজনৈতিক নেতা তথা পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ দেহত কভিদৰ উপস্থিতি ধৰা পৰাৰ পাছতে আতংকিত হৈ পৰিছে কৰিমগঞ্জবাসী ৷ ইতিমধ্যে স্বাস্থ্য বিভাগে বিধায়কগৰাকীৰ পৰিয়ালৰ লোকৰো স্বাৱ সংগ্ৰহ কৰাৰ লগতে পত্নী সন্তানৰ সৈতে 30 জন আত্মীয়ক হোম কোৱাৰেন্টাইন কৰা বুলি জানিব পৰা গৈছে ৷

কৰিমগঞ্জ

জানিব পৰা মতে, সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈছিল বিধায়কগৰাকী ৷ সেয়ে, প্ৰশাসনৰ নিৰ্দেশত মঙলবাৰে পুৱাৰে পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে আৰক্ষী অধীক্ষকৰ বাংলো চেনিটাইজ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, ইতিমধ্যে ৰাজ্যৰ কেবাগৰাকীও মন্ত্ৰী, বিধায়কৰ সৈতে আলোচনাত মিলিত হৈছিল পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল ৷
লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.