ETV Bharat / state

বিধায়ক কৰ'ণাত আক্ৰান্ত হোৱাৰ পাছতে শংকিত কৰিমগঞ্জবাসী - বিধায়ক কৃষ্ণেন্দু পাল

উল্লেখ্য যে, ইতিমধ্যে ৰাজ্যৰ কেবাগৰাকীও মন্ত্ৰী, বিধায়কৰ সৈতে আলোচনাত মিলিত হৈছিল পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল ৷

MLA Krishnendu pal
কৃষ্ণেন্দু পাল কৰ'ণাক্ৰান্ত হোৱাৰ পাছতে শংকিত কৰিমগঞ্জবাসী
author img

By

Published : Jun 23, 2020, 4:49 PM IST

কৰিমগঞ্জ, 23 জুনঃ অসমৰ প্ৰথমজন ৰাজনৈতিক নেতা তথা পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ দেহত কভিদৰ উপস্থিতি ধৰা পৰাৰ পাছতে আতংকিত হৈ পৰিছে কৰিমগঞ্জবাসী ৷ ইতিমধ্যে স্বাস্থ্য বিভাগে বিধায়কগৰাকীৰ পৰিয়ালৰ লোকৰো স্বাৱ সংগ্ৰহ কৰাৰ লগতে পত্নী সন্তানৰ সৈতে 30 জন আত্মীয়ক হোম কোৱাৰেন্টাইন কৰা বুলি জানিব পৰা গৈছে ৷

কৰিমগঞ্জ

জানিব পৰা মতে, সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈছিল বিধায়কগৰাকী ৷ সেয়ে, প্ৰশাসনৰ নিৰ্দেশত মঙলবাৰে পুৱাৰে পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে আৰক্ষী অধীক্ষকৰ বাংলো চেনিটাইজ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, ইতিমধ্যে ৰাজ্যৰ কেবাগৰাকীও মন্ত্ৰী, বিধায়কৰ সৈতে আলোচনাত মিলিত হৈছিল পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল ৷
লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.