ETV Bharat / state

প্ৰশাসনৰ উপস্থিতিত অবৈধ গৰু ব্যৱসায় ! - assam news

উল্লেখ্য যে, উচ্চতম ন্যায়লয়ে সীমান্তৰ 20 কিলোমিটাৰৰ ভিতৰত গৰুৰ বজাৰ থাকিব নোৱাৰিব বুলি জাৰি কৰিছিল জাননী ৷

প্ৰশাসনৰ উপস্থিতিত অবৈধ গৰু ব্যৱসায়
author img

By

Published : Aug 5, 2019, 11:54 PM IST

কৰিমগঞ্জ, 5 আগষ্টঃ প্ৰশাসনৰ উপস্থিতিত ভাৰত-বাংলা সীমান্তত অবৈধ গৰু ব্যৱসায় ৷ সীমান্তৰ পৰা তিনি কিলোমিটাৰ দূৰত্বৰ গান্ধাই নামৰ অঞ্চলত প্ৰশাসনৰ নিৰ্দেশ অৱমাননা কৰি চলিছে গৰু ব্যৱসায় ৷ উল্লেখ্য যে, উচ্চতম ন্যায়লয়ে সীমান্তৰ 20 কিলোমিটাৰৰ ভিতৰত গৰুৰ বজাৰ থাকিব নোৱাৰিব বুলি জাৰি কৰিছিল জাননী ৷ তাৰ পাচতো প্ৰতি সোমবাৰে অবৈধভাৱে উক্ত অঞ্চলত গৰু ব্যৱসায় চলাই অহা বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰি আহিছে ৷

Intro:Body:Sulg - প্রশাসন উপস্থিত চলছে সীমান্ত এলাকাত অবৈধ গরু- বাজাৰ
ভাৰত বাংলাদেশ সীমান্তৰ তিনি কিলোমিটাৰ ভিতৰত প্রশাসন নির্দেশ অবমাননা কৰি উত্তর করিমগঞ্জের গান্ধাইত এতিয়া চলিয়াছে গৰুৰ বজাৰৰ । দেশৰ সৰ্বচ্চো আদালতে সীমান্তৰ ২০ কিলোমিটাৰৰ ভিতৰত গৰুৰ বজাৰ থাকিব নোৱাৰিব বুলি জাননি জাৰি কৰিছিল । অথচ কৰিমগঞ্জৰ গান্ধাই এলাকাত আছে গৰুৰ অবৈধ বজাৰ । যি বজাৰ বহে প্ৰতি সোমবাৰে । আজি প্রশাসনৰ আৰু উপস্থিত কিদৰে অবৈধ গৰুৰ বজাৰৰ। গোপন কেমেৰাত বন্দী হৈছে বাজাৰৰ দৃশ্য.....
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.