ETV Bharat / state

কৰিমগঞ্জত ডি এল এডৰ পৰীক্ষাত নকল কৰি বহিষ্কৃত 27 পৰীক্ষাৰ্থী

author img

By

Published : Mar 17, 2019, 10:23 AM IST

শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ অধীনস্থ প্ৰাথমিক শিক্ষাৰ ডিপ্লমা পাঠ্যক্ৰম চমুকৈ ডি এল এডৰক পৰীক্ষা ৷ পৰীক্ষাৰ নামত একাংশ পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰি অহাৰ অভিযোগ লাভ কৰাত কৰিমঞ্জৰ উপায়ুক্ত পি.বি ৰাৱে গঠন কৰিছে দুটাকৈ বিশেষ নিৰীক্ষকৰ দল ।

নকল কৰিবলৈ গৈ ধৰা পৰিল ২৭ গৰাকী পৰীক্ষাৰ্থী

কৰিমগঞ্জ , ১৭ মাৰ্চঃ পৰীক্ষাগৃহত অসৎ পন্থা অৱলম্বন কৰিবলৈ গৈ কৰিমগঞ্জত বহিষ্কৃত হ'ল ২৭ গৰাকী পৰীক্ষাৰ্থী ।বিশেষ নিৰীক্ষকৰ দলৰ অভিযানত বিগত দুটা দিনতধৰা পৰেডি এল এডৰ পৰীক্ষাত নকল কৰা পৰীক্ষাৰ্থীসকল ।

নকল কৰিবলৈ গৈ ধৰা পৰিল ২৭ গৰাকী পৰীক্ষাৰ্থী

উল্লেখ্য যে শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানৰ অধীনস্থ প্ৰাথমিক শিক্ষাৰ ডিপ্লমা পাঠ্যক্ৰম চমুকৈ ডি এল এডৰক পৰীক্ষা ৷ পৰীক্ষাৰ নামত একাংশ পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰি অহাৰঅভিযোগ লাভ কৰাতকৰিমঞ্জৰ উপায়ুক্ত পি.বি ৰাৱেগঠন কৰিছে দুটাকৈ বিশেষ নিৰীক্ষকৰ দল । এই দলটোৱে কৰিমগঞ্জৰ কালিগঞ্জ , নিলামবজাৰ, বাৰইগ্ৰাম, পাথাৰকান্দি আদি বিভিন্ন পৰীক্ষা কেন্দ্ৰত বিগত দুটা দিনত অভিযান চলাই 27গৰাকী পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰে ৷

SLUG : DLED EXAM. 27 EXPELLED.

DLED পৰীক্ষাত অসত পন্থা অৱলম্বন কৰিব গৈ বিশেষ নিৰিক্ষক দলৰ অভিযানত কৰিমগঞ্জত ধৰা পৰিল 27 গৰাকী পৰীক্ষাৰ্থী ।

কোনোবাই এজন শিক্ষক, কোনোবাই আকৌ শিক্ষকৰ যোগ্যতা নিৰ্নায়ক পৰীক্ষাত বহিবৰ কাৰনে বহিছে DLED পৰীক্ষাত । কিন্তু বিগত দিনৰে পৰাই  DLED পৰীক্ষাত বহা এইসকলৰ কান্ডই বহুতকে লজ্জানত কৰিছিল । বিগত দিনত কৰিমগঞ্জত DLED  পৰীক্ষাৰ নামত চলিছিল পাইকাৰী নকলৰ বজাৰ । সংবাদ মাধ্যম দখল কৰিছিল শিক্ষক সকলৰ কান্ডই । সেয়ে এইবাৰ কৰিমঞ্জৰ জিলাধিপতি পি,বি ৰৱে নকল কৰা সকলক নাকী লগাবৰ কাৰনে গঠন কৰিছিল দুটাকৈ বিশেষ নিৰিক্ষকৰ দল । আৰু বিশেষ এই দলটোৱে কৰিমগঞ্জৰ কালিগঞ্জ, নিলামবজাৰ, বাৰইগ্ৰাম, পাথাৰকান্দি আদিকৰি বিভিন্ন পৰীক্ষা কেন্দ্ৰত দুইদিন অভিযান চলাইছিল । আৰু পৰীক্ষা কেন্দ্ৰত অসত পন্থা অবলম্বনকাৰী 27 জনক নকল'ৰ হৈতে হাতে লোটে ধৰিবলৈ সক্ষম হয় । 

byte : flying squad 

Date : 17.03.19 Bpn chakraborty. Karimganj.
ফুটেজ এফটিপিত দিয়া আছে শ্লাগ
A_KXJ_801To802_17MARCH_DLED_ EXAM_27 EXPELLED_VISUAl
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.