ETV Bharat / state

ডি. এল.এডৰ যোগ শিক্ষাৰ পৰীক্ষা বাতিল

author img

By

Published : Mar 30, 2019, 7:19 PM IST

শনিবাৰে হঠাতে বাতিল কৰা হ'ল এচ চি ই আৰ টিৰ অধীনত অনুষ্ঠিত হোৱা ডি. এল. এড পৰীক্ষা ৷ প্ৰকাশ কৰা হোৱা নাই পৰীক্ষা বাতিল কৰাৰ প্ৰকৃত কাৰণ ৷

Dled Exam

কৰিমগঞ্জ , 30 মাৰ্চঃ কোনোআগতীয়া জাননী নিদিয়াকৈ বাতিল কৰা হ'ল ডি. এল. এড. পৰীক্ষা ৷ এচ চি ই আৰ টি ৰ অধীনত 22 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল ডি. এল. এড.পৰীক্ষা ৷

বাতিল ডি. এল.এডৰ যোগ শিক্ষাৰ পৰীক্ষা

শনিবাৰে অনুষ্ঠিত হ'বলগীয়া যোগ শিক্ষাৰ পৰীক্ষা এচ চি ই আৰ টিয়ে হঠাতে বাতিল কৰিবলৈ জাননী জাৰি কৰে ৷ কোনো আগতীয়া জাননী নোহোৱাকৈ এনেদেৰে হঠাৎ পৰীক্ষা বাতিল হোৱাৰ ফলত বিপাঙত পৰে পৰীক্ষাৰ্থীসকল ৷ কোনো কাৰণ উল্লেখ নকৰাকৈ এচ চি ই আৰ টিৰ অতিৰিক্ত সচিব শিউলি দেৱী শৰ্মাৰ স্বাক্ষৰিত এক জাননীত পৰীক্ষা বাতিল হোৱা বুলি প্ৰকাশ কৰা হয় ৷ অৱশ্যে পৰৱৰ্তী কোনটো তাৰিখত যোগ শিক্ষাৰ পৰীক্ষা অনুষ্ঠিত হ'ব এই বিষয়ে কোনো কথা উল্লেখ নাই জাননীখনত ৷

Intro:হঠাৎ বন্ধ হৈ পৰিল ডিএলইডি পৰীক্ষা।Body:Slug.Dled Exam cancel.

আগতে কোনোধৰণৰ জাননী নিদিয়াকৈ হঠাত বন্ধ হৈ পৰে এছসিইআৰ টি(state councils of educational research & training)ৰ অধীনত যোৱা 22 মাৰ্চৰ পৰা আৰম্ভ হয় ডিএলইডি পৰীক্ষাৰ।ৰাজ্যেৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰৰ লগতে কৰিমগঞ্জ জিলাতো পৰীক্ষা আৰম্ভ হয়।আজি আছিল যোগা এডুগেছন(yoga education)যথাৰীতি আহে পৰীক্ষাৰ্থী সকলেও।পিছে Due to unavoidable circumstances)এটা জাননী আহিল এচিআৰইটিৰ অতিৰিক্ত সচিব শিউলি দেৱী শৰ্মাৰ স্বাক্ষৰিত ।পিছে আচলতে কিহৰ কাৰণে হঠাৎ বন্ধ কৰি দিয়া হল পৰীক্ষা কোনেও কব নোৱাৰিলে।।
কৰিমগঞ্জৰ পৰা বিপিএন চক্ৰৱৰ্তীৰ সহযোগত সঞ্জীত কৈৰী ইটিভি ভাৰত অসমConclusion:আজিৰ পৰীক্ষা কেই তাৰিখত পাতে এয়া জানিবপৰা হোৱা নাই
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.