কৰিমগঞ্জ, 16 আগষ্টঃ পাথাৰকান্দিৰ নুৰখা অঞ্চলৰ ঋষিকা সিনহা নামৰ কিশোৰী গৰাকীয়ে নৃত্য প্ৰতিভাৰে ৰাইজ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব' Dance India Dance অংশগ্ৰহণ কৰি বৰ্তমানে টপ নাইনত থকা ঋষিকাৰ পিতৃ পেচাত এজন ড্ৰাইভাৰ ৷ এক প্ৰতিবেদন......
DID ৰ মঞ্চ কপাইছে কৰিমগঞ্জৰ ঋষিকাই - assam news
কৰিমগঞ্জৰ এগৰাকী দহ বছৰীয়া কিশোৰীয়ে নিজ প্ৰতিভাৰে কপাঁইছে ৰাষ্ট্ৰীয় মঞ্চ
DID ৰ মঞ্চ কপাইছে কৰিমগঞ্জৰ ঋষিকাই
কৰিমগঞ্জ, 16 আগষ্টঃ পাথাৰকান্দিৰ নুৰখা অঞ্চলৰ ঋষিকা সিনহা নামৰ কিশোৰী গৰাকীয়ে নৃত্য প্ৰতিভাৰে ৰাইজ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব' Dance India Dance অংশগ্ৰহণ কৰি বৰ্তমানে টপ নাইনত থকা ঋষিকাৰ পিতৃ পেচাত এজন ড্ৰাইভাৰ ৷ এক প্ৰতিবেদন......
Intro:Body:SLUG : DID LI'LL CHAMP COMPIDITOR.
কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ অন্তৰ্গত নুৰখা নামৰ ভিতৰুৱা গাঁৱৰ এগৰাকী কনমানি । নাম ঋষিকা সিনহা । বয়স মাত্ৰ দহ বছৰ । পিতৃ ৰাজু সিনহা পেচাত এজন ড্ৰাইভাৰ । জীৱিকা নিৰ্বাহ কৰাৰ কাৰনে ৰাজু সিনহা গুৱাহাটীৰ বৰবাৰী এলেকাত ভাৰাতীয়া হিচাপে থাকি গুৱাহাটী মহানগৰীত গাড়ী চলাই । আৰু তেওঁ ৰে দহ বছৰীয়া কন্যা ঋষিকা সিনহা Dance India Dance'ৰ মঞ্চ কপাইছে । ঋষিকা DID LI'LL CHAMPS ত অংশগ্ৰহণ কৰি বৰ্তমানে টপ নাইন হ'বলৈ সক্ষম হৈছে । ঋষিকাৰ নৃত্যই প্ৰতি গৰাকী বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । বৰবাৰী চৰকাৰী প্ৰথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী । ঋষিকাৰ নৃত্যৰ গুৰু দিলীপ মাহাতু । জিটিভি'ৰ এই ৰিয়ালিটি শ্বো'ৰ জৰিয়তে ঋষিকাই অসম তথা নিজৰ জন্মস্থানৰ নাম জিলিকাবলৈ সক্ষম হৈছে । আনহাতে ঋষিকাৰ এই সফলতাৰ বাবে বিষ্ণুপ্ৰিয়া মনিপুৰী ইয়ুথ অৰ্গেনাইজেছন ইউনাইটেড 'ৰ ফালৰ পৰা দহ হেজাৰ টকা আগ বঢ়োৱা হৈছে । এতিয়া ঋষিকাৰ পক্ষে থিয় দিয়াৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে অসম বাসীৰ সহযোগিতা কামনা কৰিছে ।
Conclusion: