ETV Bharat / state

ক্ৰমাৎ ক’ভিড হটস্পটত পৰিণত কৰিমগঞ্জৰ কাৰাগাৰ

author img

By

Published : May 10, 2021, 11:05 AM IST

কৰিমগঞ্জৰ জিলা কাৰাগাৰত বিগত দুদিনত 78 গৰাকী কয়দী ক’ভিডত আক্ৰান্ত ৷ কাৰাগাৰৰ ভিতৰতেই স্থাপন কৰা হৈছে 100 খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ ৷

covid-update-of-karimganj-jail
কৰিমগঞ্জৰ কাৰাগাৰত ক’ভিড

কৰিমগঞ্জ, 10 মে’: ক্ৰমাৎ গণ সংক্ৰমণৰ দিশে গতি কৰিছে কৰিমগঞ্জৰ জিলা কাৰাগাৰ ৷ বিগত দুদিনত কাৰাগাৰটোৰ 78 গৰাকী কয়দীৰ দেহত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি ৷

covid-update-of-karimganj-jail
কৰিমগঞ্জৰ কাৰাগাৰত ক’ভিড

ইয়াৰ পৰিপ্ৰেক্ষিতত কাৰাগাৰৰ ভিতৰতে স্থাপন কৰা হয় 100 খন বিচনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ ৷ ক’ভিড হটস্পটত পৰিণত হোৱা কাৰাগাৰটোত শুকুৰবাৰৰ দিনটোত 28 গৰাকী আৰু শনিবাৰৰ দিনটোত 44 গৰাকী কয়দী ক’ভিডত আক্ৰান্ত হৈছে ৷

সম্প্ৰতি আক্ৰান্ত কয়দী কেইগৰাকীক কাৰাগাৰৰ ভিতৰতে চিকিৎসাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : নৱ নিৰ্বাচিত মুখ্য়মন্ত্ৰীক লৈ কি ক’লে ডিব্ৰুগড়বাসীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.