ETV Bharat / state

কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ মহাবিদ্যালয়ত অনুষ্ঠিত ডিএল এড পৰীক্ষাত নকল পৰীক্ষাৰ্থীৰ

author img

By

Published : Apr 1, 2019, 11:37 AM IST

Updated : Apr 1, 2019, 12:07 PM IST

পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোন লৈ পৰীক্ষাৰ্থীয়ে দিছে পৰীক্ষাঃ হোৱাটছএপ যোগে পৰীক্ষাৰ্থীক যোগান ধৰা হয় উত্তৰ

ডিএল এদ পৰীক্ষাত নকলৰ বজাৰ

কৰিমগঞ্জ ,1 এপ্ৰিলঃকৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ মহাবিদ্যালয়ত SCRT ৰ অধীনত অনুষ্ঠিত হয় ডিএল এড পৰীক্ষা ৷ একাংশ শিক্ষকে শিক্ষকৰ যোগ্যতা নিৰ্ধাৰণকাৰী টেট পৰীক্ষাত বহিবলৈ দিছে এই ডি এল এড পৰীক্ষা । কিন্তু একাংশ দুষ্ট চক্ৰই মোতা অংকৰ ধনৰ বিনিময়ত পৰীক্ষাতমুকলিকৈঅসৎ উপায় অৱলম্বন কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷অভিযোগ অনুসৰি হোৱাটছএপ যোগে পৰীক্ষাৰ্থীক যোগান ধৰা হয় ডিএল এডপৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ ৷ সাংবাদিকৰ কেমেৰাত বন্দী হ'লডিএল এড পৰীক্ষাৰ নকলৰ সকলো দৃশ্য ।

ডিএল এদ পৰীক্ষাত নকলৰ বজাৰ

তথ্য অনুসৰি এই পৰীক্ষা কেন্দ্ৰটোতসেইসকল লোকক বহোৱা হয় যি সকল লোকে নকল কৰিবলৈ সুবিধা দিয়াৰ বাবত টকা দিয়ে । আৰু এই তথ্যৰ ভিত্তিত সংবাদ মাধ্যমে কেন্দ্ৰটোত এক অভিযান চলাই কেমেৰাত বন্দী কৰেনকলৰ সকলো দৃশ্য ৷ দৃশ্য সমূহ চাওঁক, কিদৰে স্মাৰ্ট পৰীক্ষাৰ্থীয়ে স্মাৰ্ট ফোনৰ জৰিয়তে প্ৰশ্নৰ উত্তৰ লিখিছে ৷ এতিয়া বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচত চেন্টাৰৰ কাৰ্যকৰ্তাসকলৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা লয় সেয়া হে লক্ষণীয় হ'ব ৷

Intro:ডিএলিডি পৰীক্ষাত নকলৰ বজাৰ কৰিমগঞ্জৰ ৰামকৃন্স নগৰতBody:Slug : Dled Porikkat paikari nokol. 

কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ মহাবিদ্যালয়ত Dled পৰীক্ষাত মুকলি নকলৰ বজাৰত । পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোন লৈ পৰীক্ষাৰ্থীয়ে দিছে পৰীক্ষা । হয়াটছআপ যোগে পৰীক্ষাৰ্থীক যোগান ধৰা হয় উত্তৰ । বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত একাংশই চলাইছে এই চক্ৰ । কেমেৰাত বন্দী Dled পৰীক্ষাৰ নকলৰ সকলো দৃশ্য ।

একাংশই আকৌ শিক্ষককতাৰ দৰে মহান পেছাৰ লগত জড়িত আন একাংশই শিক্ষকৰ যোগ্যতা নিৰ্ধাৰণকাৰী TET পৰীক্ষাত বহিবলৈ দি আছে DL ed পৰীক্ষা । পিছে কেনেদৰে চলিছে এই পৰীক্ষা ? বৰ্তমানে SCRT ৰ অন্তৰ্গত চলিছে Dled ৰ পৰীক্ষা । আৰু এনে এখন পৰীক্ষা কেন্দ্ৰ আছে কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ মহাবিদ্যালয়ত । মহাবিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ আছে দুটা বিভাগত বিভক্ত । তথ্য অনুসৰি এটা কেন্দ্ৰত সেই সকলোকে বহোৱা হয়, যি সকলে  নকল কৰাৰ সুবিধা দিয়াৰ নামত টকা দিছিল । তথ্যৰ ভিত্তিত সেই কেন্দ্ৰত চলিল সংবাদ মাধ্যমৰ অপাৰেচন । পিছে সাংবাদিকৰ কেমেৰা ত বন্দী হোৱা দৃশ্য সমূহ চাওঁক ........ কিদৰে স্মাৰ্ট পৰীক্ষাৰ্থীয়ে স্মাৰ্ট ফোনৰ জৰিয়তে উত্তৰ পত্ৰ লিখি আছে ........ গতিকে Attention শিক্ষা বিভাগ । আমি আপোনাৰ বিভাগত চলি থকা বিসংগতি উদঙাই দিলো । এতিয়া আপোনাৰ পাল ........

Date : 01.04.19 Bpn chakraborty karimganjConclusion:এতিয়া কি ব্যৱস্থা লোৱা হয় চেণ্টাৰৰ কাৰ্যকৰ্তাসকলৰ বিৰুদ্ধে এয়াই হব লক্ষ্যণীয়
Last Updated : Apr 1, 2019, 12:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.