ETV Bharat / state

হাফলং-শিলচৰ ঘাইপথ নিৰ্মাণৰ বাবে 54 কোটি 27 লাখ টকা মুকলি - 54 কোটি 27 লাখ মুকলি ৰাষ্ট্ৰয় ঘাইপথ প্ৰাধিকৰণৰ

হাফলং-শিলচৰ 54নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত দুইলেন ঘাইপথ নিৰ্মাণৰ বাবে অৱশেষত 54 কোটি 27 লাখ টকা মুকলি কৰি দিয়ে ৰাষ্ট্ৰয় ঘাইপথ প্ৰাধিকৰণে ৷ ইতিমধ্যে এই পথছোৱা নিৰ্মানৰ দায়িত্ব অৰ্পন কৰা হৈছে দক্ষিণ ভাৰতৰ ৰত্না ইনফ্ৰা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানিক ৷ পথছোৱা নিৰ্মাণৰ বাবে সংস্থাটোক 2 বছৰৰ সময়সীমা বান্ধি দিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷

NHAI releases 54 crore 27 lakh for Jatinga Harengajao NH
ঘাইপথ নিৰ্মানৰ বাবে 54 কোটি 27 লাখ মুকলি ৰাষ্ট্ৰয় ঘাইপথ প্ৰাধিকৰণৰ
author img

By

Published : Jan 11, 2020, 10:22 AM IST

Updated : Jan 11, 2020, 11:03 AM IST

ডিমা হাছাও,11 জানুৱাৰীঃ হাফলং-শিলচৰ 54নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগাৰ পৰা হাৰেংগাজাও পৰ্যন্ত দুইলেন ঘাইপথ নিৰ্মাণৰ বাবে অৱশেষত 54 কোটি 27 লাখ টকা মুকলি কৰি দিয়ে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷ এন চি হিলচ্ ইণ্ডিজেনিয়াচ ষ্টুডেন্টচ ফৰাম আৰু হাৰেংগাজাওৰ বিভিন্ন দল সংগঠনৰ আন্দোলনৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই ধন মোকলাই দিয়ে ৷ ইতিমধ্যে এই পথছোৱা নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰা হৈছে দক্ষিণ ভাৰতৰ ৰত্না ইনফ্ৰা প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ কোম্পানীক ৷ পথছোৱা নিৰ্মাণৰ বাবে সংস্থাটোক 2 বছৰৰ সময়সীমা বান্ধি দিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ৷

NHAI releases 54 crore 27 lakh for Jatinga Harengajao NH
54 কোটি 27 লাখ মুকলি ৰাষ্ট্ৰয় ঘাইপথ প্ৰাধিকৰণৰ

পূৰ্বে ঘাইপথ নিৰ্মাণৰ কামত জড়িত আছিল জে কে এম নামৰ এক নিৰ্মাণ সংস্থা ৷ কিন্তু সংস্থাটোৱে পথ নিৰ্মাণৰ কাম 10 শতাংশও সম্পন্ন কৰিব নোৱাৰৰ বাবে ব্লেক লিষ্টেড কৰা হয় সংস্থাটোক ৷ যাৰ ফলত বিগত তিনি বছৰে প্ৰায় মৰণফান্দত পৰিণত হৈছিল উক্ত অৰ্ধ নিৰ্মিত ঘাইপথটো ৷

NHAI releases 54 crore 27 lakh for Jatinga Harengajao NH
জাতিংগাৰ হাৰেংগাজাও ঘাইপথ

লগতে পঢ়ক-আন্তঃৰাষ্ট্ৰীয় ৰবটিক্স প্ৰতিযোগিতা'ত বিশ্বনাথৰ অৰিন্দমৰ প্ৰথম স্থান দখল

Intro:শেহতীয়াকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে HIV ৰোগে। কিছুদিন পূৰ্বে প্ৰকাশিত এক তথ্য অনুসৰি ভাৰতৰ ভিতৰত অসমত হৈছে সৰ্বাধিক HIVত আক্ৰান্ত লোক। তথ্য অনুসৰি অসমত বৰ্তমানলৈ মুঠ ৪লাখ ৫৮ হাজাৰ ৪শ ৩৩ গৰাকী ব্যক্তিয়ে এই ৰোগৰ পৰীক্ষা কৰিছে। ইয়াৰে ১৭,৪৬৮গৰাকীৰ HIVত আক্ৰান্ত বুলি ধৰা পৰিছে। এই ৰোগত আক্ৰান্ত ১৩,৮৭৮গৰাকীয়ে চিকিৎসাৰ বাবে পঞ্জীয়ণ কৰিছে যদিও বৰ্তমান ৭,৫০৩ গৰাকীয়েহে চিকিৎসা গ্ৰহণ কৰি আছে। আনহাতে এই মুহুৰ্তলৈ ২৫১০ গৰাকী ৰোগীৰ মৃত্যু হৈছে। এই ৰোগ কামৰূপ, শিলচৰ, গোলাঘাট আদি জিলাত বেছি হোৱা দেখা গৈছে।

জাহ্নৱী গোস্বামীৰ মন্তব্য- কেৱল যৌন সম্পৰ্কৰ বাবেই এই ৰোগ হোৱা বুলি লোৱা ধাৰণা একেবাৰে ভুল। তেজ আদান-প্ৰদান, ড্ৰাগছ সেৱন আদি কাৰণটো এই ৰোগ হোৱা দেখা যায়। HIVত আক্ৰান্ত হ'লে চিকিৎসা হোৱাটো অত্যন্ত জৰুৰী। সম্পূৰ্ণ বিনামূলীয়াভাৱে চৰকাৰে যোগান ধৰে চিকিৎসা। মধুমেহ, ৰক্তচাপ আদি ৰোগৰ দৰেই সাধাৰণভাৱে চিকিৎসা প্ৰক্ৰিয়া এই ৰোগৰ। বহু লোকে লাজতেই চিকিৎসা নকৰাই। কিন্তু এই ৰোগত আক্ৰান্ত সকলে চিকিৎসা কৰিব লাগে আৰু সকলোৱে পৰীক্ষা কৰিব লাগে।

Byte- Jahnabi Goswami Body:Note- Minaxi Das assignment Conclusion:Guwahati
Hirul Haque
Last Updated : Jan 11, 2020, 11:03 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.