ETV Bharat / state

লাহৰিজানত বৃহৎ পৰিমাণৰ কানি জব্দ - লাহৰিজানত বৃহৎ পৰিমাণৰ কানি জব্দ খটখটি আৰক্ষীৰ

বুধবাৰে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ লাহৰিজানত বৃহৎ পৰিমাণৰ কানি জব্দ কৰা হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি খটখটি আৰক্ষীৰ নিয়মীয়া তালাচীত এখন তেল পৰিবাহী টেংকাৰৰ পৰা উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ কানিখিনি ৷

লাহৰিজানত বৃহৎ পৰিমাণৰ কানি জব্দ খটখটি আৰক্ষীৰ

author img

By

Published : Mar 17, 2021, 3:40 PM IST

ডিফু,১৭ মাৰ্চ: বুধবাৰে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ লাহৰিজানত বৃহৎ পৰিমাণৰ কানি জব্দ কৰা হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি খটখটি আৰক্ষীৰ নিয়মীয়া তালাচীত এখন তেল পৰিবাহী টেংকাৰৰ পৰা উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ কানিখিনি ৷

আৰক্ষী সূত্ৰই সদৰী কৰা মতে NL 01 G 9867 নম্বৰৰ টেংকাৰখনৰ পৰা ৩০ টা পেকেটত উদ্ধাৰ হয় মুঠ ৩০ কেজি কানি ৷ টেংকাৰখনৰ চালক প্ৰেম চেপৰা আৰু খেমৰাজ ৰিজালক ঘটনা সন্দৰ্ভত আটক কৰে খটখটি আৰক্ষীয়ে ৷ কানিখিনি মণিপুৰৰ পৰা অসমলৈ সৰবৰাহ কৰা হৈছিল ৷ জব্দ কৃত কানিখিনিৰ বজাৰ মূল্য প্ৰায় ২৮ লাখ টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: ৰঙিয়াৰ প্ৰাৰ্থী দেবব্ৰত কলিতাৰ মনোনয়ন প্ৰত‍্যাহাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.