ETV Bharat / state

ডিফুৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু ছুম ৰংহাঙৰ - Keshab Mahanta

দুয়ো নেতাই বানাক্ৰান্ত সকলৰ পৰিস্থিতি বুজ লোৱাৰ লগতে এই সন্দৰ্ভত স্থানীয় প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈ বানাক্ৰান্ত সকলক অতি শীঘ্ৰে সাহায্য প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

ডিফুৰ বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰীদ্বয় কেশৱ মহন্ত আৰু ছুম ৰংহাঙৰ
author img

By

Published : Oct 28, 2019, 9:56 PM IST

Updated : Oct 28, 2019, 11:25 PM IST

ডিফু, 28 অক্টোবৰ: সোমবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় ৰাজ্য চৰকাৰৰ জলসম্পদ আৰু পাৰ্বত্য উন্নয়ন মন্ত্ৰী ক্ৰমে কেশৱ মহন্ত আৰু ছুম ৰংহাঙে ৷

এই দুই মন্ত্ৰীৰ লগত সংগ দিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷ ডিফুৰ বান বিধ্বস্ত এলেকা সমূহৰ লগতে আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰাৰ লগতে পৰিস্থিতি আৰু বানাক্ৰান্তৰ ৰাইজৰ বুজ লয় মন্ত্ৰীদ্বয়ে ৷

বান পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

উল্লেখ্য যে, যোৱা কেইবাদিন ধৰি পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতেই নামি অহা পানীৰ ঢলে ডিফু চহৰৰ লগতে পানবাৰী, ছাৰ্থেকলনি, শিৱবাৰী, ধৰমনালা হৰিলালবস্তি আদি অঞ্চলত বানৰ সৃষ্টি কৰে ৷ ইয়াৰ পাচতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে ডিফুত উপস্থিত হয় কেশৱ মহন্ত আৰু ছুম ৰংহাঙ ৷ দুয়ো নেতাই বানাক্ৰান্ত সকলৰ পৰিস্থিতি বুজ লোৱাৰ লগতে এই সন্দৰ্ভত স্থানীয় প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হৈ বানাক্ৰান্ত সকলক অতি শীঘ্ৰে সাহায্য প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

ডিফুৰ বান পৰিস্থিতি পৰিদৰ্শন

Intro:ডিফুত বান পৰিস্থ্তিৰ বুজললে মন্ত্ৰীদ্বয় কেশৱ মহন্ত আৰু ছুম ৰংহাঙে ৷

ডিফু, ২৮ অক্টোবৰ:- সোমবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ ললে ৰাজ্য চৰকাৰৰ জলসম্পদ আৰু পাৰ্বত্য উন্নয়ণ মন্ত্ৰী ক্ৰমে কেশৱ মহন্ত আৰু ছুম ৰংহাঙে ৷ মন্ত্ৰীদ্বয়ৰ লগত সংগ দিয়ে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মন্ত্ৰীদ্বয়ে ডিফুৰ বানবিধ্বস্ত এলেকা সমূহৰ লগতে আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰি পৰিস্থিতি আৰু বানাক্ৰান্তৰ বুজ লয় ৷ উল্লেখযোগ্য যে, যোৱা কেইবাদিনধৰি পাহাৰত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পানীৰ ঢল নামে আৰু ডিফু চহৰৰ লগতে পানবাৰী, ছাৰ্থেকলনি, শিববাৰী, ধৰমনালা হৰিলালবস্তি আদি অঞ্চল পানীয়ে বুৰাই পেলায় ৷ ফলত বান পানীৰ কথা তৰ্কিব নোৱাৰি বানাক্ৰান্ত সকলৰ বিস্তৰ ক্ষতি সাধন হয় ৷ এই খবৰ লাভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে মন্ত্ৰীদ্বয় ডিফুত উপস্থিত হৈ বানাক্ৰান্ত সকলৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এই সন্দৰ্ভত স্থানীয় প্ৰশাসনৰ সৈতে আলোচনাত বহি বানাক্ৰান্ত সকললৈ সাহায্য আগবঢ়োৱা হব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীদ্বয়ে ৷ উল্লেখ যোগ্য যে, কাতিমহীয়া বলীয়া বানত এইবাৰ বহুতে নিজৰ প্ৰয়োজনীয় নথি-পত্ৰ আৰু টিভি, ফ্ৰিজ, লেপটপ আৰু বহুতো গুৰুত্হপূৰ্ণ সামগ্ৰী নষ্ট হৈ গৈছে বুলি জানিব পৰা গৈছে ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*********Conclusion:**********
Last Updated : Oct 28, 2019, 11:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.