ETV Bharat / state

ডকমকা ডাইনী কাণ্ড সন্দৰ্ভত পুনৰ ৯ জনক গ্ৰেপ্তাৰ

author img

By

Published : Oct 5, 2020, 8:45 PM IST

এই ৯ জনৰ লগতে বৰ্তমানলৈকে মুঠ ১৮ জন অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

Diphu
ডিফু

ডিফু, ৫ অক্টোবৰ: ৩০ ছেপ্টেম্বৰত কাৰ্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত ৰহিমাপুৰত সংঘটিত হোৱা ডাইনী কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে পুনৰ ৯ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । এই ৯ জনৰ লগতে বৰ্তমানলৈকে মুঠ ১৮ জন অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়কঃ ৰাইজৰ স্বাভিমান ৰক্ষাৰ বাবে চৰকাৰে দায়বদ্ধতাৰে কাম কৰিছে: মুখ্যমন্ত্ৰী

ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা এই সন্দৰ্ভত জোৰ-দাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আটকাধীন অভিযুক্ত কেইজন ৰহিমাপুৰ নিবাসী জেনছিং গৌড় (৫৫), ৰামাধৰ গৌড় (৪০), লুলু গৌড় (২৫), বাবুৰাম গোৱালা (৩০), দীপক গৌড় (২৮), সন্তোষ গৌড় (২২), চেনছিং গৌড় (৩৫), পিতৰুল গৌড় (৪০) আৰু ভকছিং গৌড় ওৰফে লক্ষীচৰণ (৩২) বুলি চিনাক্ত কৰা হৈছে । পৰৱৰ্তী পৰ্যায়ত আৰু কেইবাগৰাকীও অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়কঃ নৱবৰ্ষৰ আৰম্ভণিতে মুকলি হ'ব যোৰহাট ন-আলিৰ উৰণীয়া সেঁতু : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.