ETV Bharat / state

পলাশবাৰীৰ পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা - কৰদৈগুড়ি গাৱঁৰ জয় শ্ৰীৰাম

দেশৰ সৰ্বত্ৰে পালন কৰা হয় লক্ষ্মী পূজা ৷ লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি কামৰূপৰ পলাশবাৰীৰ জীয়াকুৰ গাৱঁৰ কলহী নদীত আয়োজন কৰা হয় পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা ৷

পলাশবাৰীৰ পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা
author img

By

Published : Oct 14, 2019, 3:52 AM IST

কামৰূপ, 13 অক্টোবৰঃ দেশৰ সৰ্বত্ৰে পালন কৰা হয় লক্ষ্মী পূজা ৷ লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি কামৰূপৰ পলাশবাৰীৰ জীয়াকুৰ গাৱঁৰ কলহী নদীত আয়োজন কৰা হয় পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা ৷ অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা ছয়খনকৈ গাঁৱে অংশগ্ৰহণ কৰে এই প্ৰাইজমানী নাওখেল প্ৰতিযোগিতাখনত ৷ চূড়ান্ত খেলখন কৰদৈগুড়ি গাৱঁৰ জয় শ্ৰীৰাম নামৰ নাওখন আৰু 1নং জীয়াকুৰ গাৱঁৰ গোপালবাবা নামৰ নাওঁখনৰ মাজত অনুষ্ঠিত হয় আৰু জয় শ্ৰীৰাম নামৰ নাওখনে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷ প্ৰতিযোগিতাখনত দৰ্শকৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা পৰিলক্ষিত হয় ৷

Intro:Body:শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ২ নং জীয়াকুৰ গাৱঁত কলহী নদীত অনুষ্ঠিত হয় পৰম্পৰাগত নাওঁ খেল প্ৰতিযোগিতা। দেশৰ সৰ্বত্ৰে লক্ষ্মী পূজা উদযাপন কৰি থকাৰ মূহুৰ্ততে পলাশবাৰী সমষ্টিৰ জীয়াকুৰত অনুষ্ঠিত হয় প্ৰাইজমানী পৰম্পৰাগত নাওঁ খেল প্ৰতিযোগিতাখন আৰু এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে ছয়খনকৈ নাওঁ। অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা অংশগ্ৰহণ কৰা এই নাওঁ সমূহক যথেষ্ট উৎসাহ প্ৰদান কৰে দৰ্শকে। তীব্ৰ প্ৰতিদ্বন্দিতা পূৰ্ণ খেলখনত অৱশেষত কৰদৈগুড়ি গাৱঁৰ জয় শ্ৰীৰাম নাওঁখন আৰু ১নং জীয়াকুৰ গাৱঁৰ গোপালবাবা নামৰ নাওঁখনে চূড়ান্ত খেলখনত অৱতীৰ্ণ হয় আৰু জয় শ্ৰীৰাম নাওঁখন বিজয়ী হয়।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.