ETV Bharat / state

শুৱালকুছি মাজটোলৰ শ্ৰী শ্ৰী ঈশ্বৰ বালিসত্ৰত চোৰৰ লুট-পাত - sualkushi

শুৱালকুছিৰ একাধিক ঐতিহাসিক সত্ৰ নামঘৰত ধাৰাবাহিক চুৰি কাণ্ড । এটা মাহতে প্ৰায় ১২ খন সত্ৰ নামঘৰত সংঘটিত হ'ল চুৰিৰ ঘটনা ।

শুৱালকুছি মাজটোলৰ শ্ৰী শ্ৰী ঈশ্বৰ বালিসত্ৰত চোৰৰ লুট-পাত
শুৱালকুছি মাজটোলৰ শ্ৰী শ্ৰী ঈশ্বৰ বালিসত্ৰত চোৰৰ লুট-পাত
author img

By

Published : Apr 13, 2020, 4:06 PM IST

কামৰূপ, 11 এপ্ৰিলঃ শুৱালকুছিৰ একাধিক ঐতিহাসিক সত্ৰ নামঘৰত ধাৰাবাহিক চুৰি কাণ্ডৰ ঘটনা । আৰক্ষীৰ অস্তিত্বক ভেভুচালি কৰি এটা মাহতে প্ৰায় ১২ খন সত্ৰ নামঘৰত চুৰি কাণ্ড সংঘটিত কৰিছে বস্ত্ৰনগৰীত । চৌদিশে লক ডাউন, জনতা গৃহবন্দীৰ সুযোগ লৈছে একাংশ দুষ্কৃতিকাৰীয়ে ।

শ্ৰী শ্ৰী ঈশ্বৰ বালিসত্ৰত চোৰৰ লুট-পাত

যোৱা নিশা শুৱালকুছি মাজটোলৰ শ্ৰী শ্ৰী ঈশ্বৰ বালিসত্ৰত চোৰে চলালে লুটপাত । সত্ৰৰ প্ৰনামী ভাঙি চোৰে লুটি নিলে প্ৰনামীৰ ধন ।

sualkuchi thief at balisor sotra
প্ৰনামী ভাঙি চোৰে লুটি নিলে প্ৰনামীৰ ধন

উল্লেখ্য যে, এমাহৰ ভিতৰত 12 টাকৈ চুৰিকাণ্ড হোৱাৰ পাচতো নিৰ্বিকাৰ হৈ ৰ'ব লগা হৈছে কামৰূপ আৰক্ষী । আজিলৈ কৰায়ত্ব কৰিব পৰা নাই এজনো দুষ্কৃতিকাৰীক।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.