ETV Bharat / state

মামণি ৰয়ছম গোস্বামীৰ সপোনৰ চিকিৎসালয়ৰ দুৰাৱস্থা - South Kamrup

এলাগী হৈ পৰিছে জ্ঞানপীঠ বঁটা বিজয়ী মামনী ৰয়ছম গোস্বামীৰ সপোনৰ চিকিৎসালয় ৷ বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাত বৰ্তমান চিকিৎসালয়খনলৈ ৰোগী আহিও উভতি যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷

মামণি ৰয়চম গোস্বামীৰ সপোনৰ চিকিৎসালয়ৰ দুৰাৱস্থা
author img

By

Published : Jun 17, 2019, 2:55 PM IST

দক্ষিণ কামৰূপ, 17 জুনঃ মামণি ৰয়ছম গোস্বামীৰ জন্মস্থান আমৰংগা বৰিহাটত তেওঁৰ আশা, সপোন তথা অনুদানেৰে নিৰ্মাণ কৰা হৈছিল উমাকান্ত- চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসা কেন্দ্ৰ ৷ কিন্তু বৰ্তমান তেওঁৰ সপোনৰ চিকিৎসালয়খনত পৰিলক্ষিত হৈছে এক পুতৌলগা অৱস্থা ৷ চিকিৎসালয়খন আছে যদিও চিকিৎসালয়খনত নাই চিকিৎসক লগতে পৰ্যাপ্ত চিকিৎসাকৰ্মীৰ ৷ বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাত বৰ্তমান চিকিৎসালয়খনলৈ ৰোগী আহিও উভতি যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷

মামণি ৰয়চম গোস্বামীৰ সপোনৰ চিকিৎসালয়ৰ দুৰাৱস্থা

বিভিন্ন প্ৰকাৰৰ চিকিৎসাযন্ত্ৰ থকা স্বত্বেও যন্ত্ৰবোৰ জহি-খহি যোৱাত চিন্তিত হৈ পৰিছে অঞ্চলটোক ৰাইজ ৷ অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক এই বিষয়টোত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

Slug:-As_Kam_17june_Mamoni_dream_hospital_801-802_vis+bite+photo_as10020

এলাগী হৈ পৰিছে মামনী ৰয়চম গোস্বামীৰ সপোনৰ চিকিৎসালয়খন । যহি-খহি যাব ধৰিছে চিকিৎসাযন্ত্ৰ ।

Vo..এলাগী হৈ পৰিছে জ্ঞানপীঠ বটা বিজয়ী মামনী ৰয়চম গোস্বামীৰ সপোনৰ চিকিৎসালয় । হয়,এয়া হৈছে দক্ষিণ কামৰূপৰ আমৰঙ্গা বৰিহাটৰ এখন চিকিৎসালয় । চিকিৎসালয়খনৰ নাম উমাকান্ত আৰু চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসা কেন্দ্ৰ । কিন্তু চিকিৎসালয়খন আছে ঠিকে নাই চিকিৎসক,নাই কৰ্মী যিকেইজন আছে সেইকেইজনে যঠেষ্ঠ নহয় । মামনী ৰয়চম গোস্বামীৰ জন্মস্থান আমৰঙ্গা বৰিহাটত মামনী ৰয়চম গোস্বামীৰ আশা, সপোন তথা অনুদানেৰে নিৰ্মান হোৱা চিকিৎসালয়খনৰ এই পুতৌলগা অৱস্থা । বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাৰ বাবে এই চিকিৎসালয়খনত নাই চিকিৎসালয় । ৰোগী আহি উভতি যাবলগীয়া চিকিৎসালয়খনৰ পৰা । যাৰ ফলত এতিয়া জীয়াতু ভুগিছে ৰাইজে ।

Bite1&2..স্থানীয় লোক ।

হয়,চৰকাৰে ব্যৱস্থা গ্ৰহন নকৰাৰ বাবে এনেদৰে জীয়াতু ভুগিছে অঞ্চলবাসী ৰাইজে । আনহাতে যন্ত্ৰ ব্যৱহাৰ নোহোৱাত যহি-খহি যাব ধৰিছে যন্ত্ৰবোৰো । শুনক কৰ্মৰত চিকিৎসকৰ মুখেৰেই ।

Bite3… চিকিৎসক ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.